October 16, 2026 12:32 PM | President

printer

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ড০ এল মুৰুগনৰ পদত্যাপ পত্ৰ গ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ মৰ্মে ততালিকে কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা ড০ এল মুৰুগনৰ পদত্যাপ পত্ৰ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি সংবিধানৰ ৭৫ নম্বৰ অনুচ্ছেদৰ ২ নম্বৰ দফাৰ অধীনত মুৰুগনৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে ।