উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে উপ-ৰাষ্ট্ৰপতি ভৱনত নতুনকৈ স্থাপন কৰা আলোক ব্যৱস্থা উদ্বোধন কৰে। এই নতুন আলোক ব্যৱস্থাটো গ্রীড সংযুক্ত সৌৰশক্তিৰ দ্বাৰা চালিত। ইয়াৰ জৰিয়তে ৰাজহুৱা আন্তঃগাঁথনিত নবীকৰণযোগ্য শক্তিৰ ব্যৱহাত সমর্থন জনোৱা হৈছে। নতুন দিল্লীত যোৱা বৃহস্পতিবাৰে সামৰণি পৰা ভাৰত নৱীকৰণযোগ্য শক্তি সম্মিলন আৰু এক্সপো ২০২৬ৰ অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নৱীকৰণযোগ্য শক্তি খণ্ডত ভাৰতৰ সাফল্যৰ ওপৰত আলোকপাত কৰাৰ পাছতেই এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।
Assamese | November 7, 2026 11:43 AM | Alok Launch
উপ-ৰাষ্ট্ৰপতি ভৱনত নতুনকৈ স্থাপন কৰা আলোক ব্যৱস্থা উদ্বোধন