ৰাষ্ট্ৰীয়

November 10, 2026 12:37 PM

views 7

ভাৰত আৰু লেবানন দুয়ো দেশৰ দ্বিপাক্ষিক সম্পর্ক সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত

ভাৰত আৰু লেবাননে কালি দুয়ো দেশৰ দ্বিপাক্ষিক সম্পর্ক সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দুয়ো দেশৰ ৰাজনৈতিক সুৰক্ষা, অর্থনৈতিক তথা সমাজ-সংস্কৃতিৰ ভেটিসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ বিতংভাৱে আলোচনা কৰে। উল্লেখযোগ্য যে কালি নতুন দিল্লীত প্ৰথম ভাৰত-লেবানন বৈদেশিক কাৰ...

November 10, 2026 12:27 PM

views 18

দিল্লীত আজি যমুনাৰ পাৰত সৰ্বানন্দ সোণোৱালৰ বিনোদনমূলক নদী ক্রুজ সেৱা মুকলি

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত আজি যমুনাৰ পাৰত বিনোদনমূলক নদী ক্রুজ সেৱা মুকলি কৰিব। এই অনুষ্ঠানত উপ-ৰাজ্যপাল তৰনজিৎ সিং সান্ধু আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাও উপস্থিত থাকিব। নদীখনৰ ছোনিয়া বিহাৰ-জগতপুৰ অংশৰ সমীপত বিকশিত এই পদক্ষেপৰ লক্ষ্য হৈছে নদী আধাৰিত প...

November 10, 2026 12:24 PM

views 9

গুজৰাটক ড্ৰাগছ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথা প্রকাশ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কালি ২০২৮ চনৰ ডিচেম্বৰৰ ভিতৰত গুজৰাটক ড্ৰাগছ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে একেলগে কাম কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাই কয়, যে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি সৃষ্টি কৰা মাদকদ্ৰব্যৰ ভয়াবহতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ চৰকাৰে শূন্য সহনশীলতা ন...

November 10, 2026 11:01 AM

views 8

শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডেমিৰ জেলেনস্কিৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে। এই বাৰ্তালাপৰ সময়ত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সম্প্রতি চলি থকা সংঘাতৰ শেহতীয়া ঘটনাৱলী সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰে। এই টেলিফোন বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ মানৱ কেন্দ...

November 9, 2026 7:48 PM

views 14

গুজৰাটত ১,৪০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

Amitকেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত ১,৪০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে নিজা সমষ্টি গান্ধীনগৰত এহেজাৰ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া প্রায় ৩০ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অন...

November 9, 2026 5:50 PM

views 25

কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ১৩৭ বিধ ঔষধৰ সংশোধিত মূল্য আজিৰে পৰা দেশজুৰি প্ৰযোজ্য

কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ১৩৭ বিধ ঔষধৰ সংশোধিত মূল্য আজিৰে পৰা দেশজুৰি প্ৰযোজ্য হৈছে। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণ, NPPA-ই ইতিমধ্যে এই ঔষধসমূহৰ সৰ্বাধিক খুচুৰা মূল্যত থকা লাভৰ সীমা নিৰ্ধাৰণ কৰি দিছিল। উল্লেখযোগ্য যে স্বাস্থ্য সেৱা মহানিৰ্দেশালয়ৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই সিদ্ধা...

November 9, 2026 12:39 PM

views 11

আজি ৰাষ্ট্ৰীয় উদ্যমিতা দিৱস

আজি ৰাষ্ট্ৰীয় উদ্যমিতা দিৱস। এই দিৱসে দেশৰ উন্নয়নৰ যাত্ৰাত উদ্যমিতাৰ গুৰুত্ব সন্দর্ভত আলোকপাত কৰে। ২০১৪ চনৰ আজিৰ দিনটোতে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্রালয় গঠন কৰা হৈছিল। উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য স্বীকৃতিপ্রাপ্ত ষ্টাৰ্ট আপ প্ৰসাৰৰ উদ্দেশ্যে ২ লাখ ৬২ হাজাৰৰো অধিক বিভাগৰ সৈতে ভাৰত বিশ্বৰ তৃতীয় স...

November 9, 2026 12:34 PM

views 11

য়েমেনত আৱদ্ধ হৈ থকা ১৯ ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে স্বদেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত

য়েমেনৰ হ'ডেইডাহ আৰু চানাআত যোৱা দুসপ্তাহে আৱদ্ধ হৈ থকা ১৯ ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ লগতে স্বদেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত আছে। য়েমেনত থকা ভাৰতীয় দূতাবাসে কালি নাৱিককেইজন নিৰাপদে আৰু সুস্বাস্থ্যৰে আছে বুলি প্রকাশ কৰিছে। দূতাবাসে সামাজিক মাধ্যমৰ এটা বার্তাত নাবিককেইগৰাকীৰ উদ্ধাৰৰ বাব...

November 9, 2026 12:25 PM

views 17

বিভিন্ন সীমান্তত নিয়োজিত হৈ থকা সীমা প্ৰহৰীৰ মাজত মিঠাই বিতৰণ

সীমান্ত নিৰাপত্তা বাহিনী- বি এছ এফে ভাৰত-বাংলাদেশ আন্তঃৰাষ্টীয় সীমান্তকে ধৰি বিভিন্ন সীমান্তত নিয়োজিত হৈ থকা সীমা প্ৰহৰীসকলৰ সৈতে মিঠাই বিতৰণ আৰু একতা তথা ভাতৃত্বৰ বাৰ্তা প্ৰেৰণ কৰি দীপাৱলী উদযাপন কৰে। বি এছ এফৰ এগৰাকী মুখপাত্রই প্রকাশ কৰা মতে বাহিনীটোৰ ত্ৰিপুৰা সীমান্তৰ সঞ্চালক প্রধান প্রিন্সি বাণী...

November 9, 2026 12:22 PM

views 4

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ গুজৰাট ভ্ৰমণ

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ তেওঁৰ গান্ধীনগৰ লোকসভা সমষ্টিত এহেজাৰ ২৪ কোটি টকা ব্যয় সাপেক্ষ ২৭টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আহমেদাবাদৰ মেয়ৰ হিতেশ বাৰটে কৈছে যে, মুকলি কৰিবলগীয়া প্রকল্প সমূহৰ ভিতৰত অন্যতম হৈছে চাৰখেজ গান্ধীনগৰৰ ঘাইপথৰ ওপৰত নির্মিত এখন উৰণসে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।