আজি ৰাষ্ট্ৰীয় উদ্যমিতা দিৱস

আজি ৰাষ্ট্ৰীয় উদ্যমিতা দিৱস। এই দিৱসে দেশৰ উন্নয়নৰ যাত্ৰাত উদ্যমিতাৰ গুৰুত্ব সন্দর্ভত আলোকপাত কৰে। ২০১৪ চনৰ আজিৰ দিনটোতে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্রালয় গঠন কৰা হৈছিল। উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য স্বীকৃতিপ্রাপ্ত ষ্টাৰ্ট আপ প্ৰসাৰৰ উদ্দেশ্যে ২ লাখ ৬২ হাজাৰৰো অধিক বিভাগৰ সৈতে ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্ট আপ পৰিৱেশতন্ত্ৰলৈ উন্নীত হৈছে। ইয়াৰ জৰিয়তে যুৱক যুৱতীসকলৰ বাবে নিয়োগৰ ন-ন সুযোগ সৃষ্টি হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।