ৰাষ্ট্ৰীয়

September 30, 2026 10:07 AM

views 2

জলন্ধৰত আজি অমিত শ্বাহৰ নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পঞ্জাৱৰ জলন্ধৰত নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ দিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে যোৱা ১৮ ছেপ্তেম্বৰত পাঠানকোটত আৰম্ভ কৰা এই যাত্ৰাই বিগত ১৩ দিনত ১১৭টা বিধানসভা সমষ্টিৰ ৪ হাজ...

September 29, 2026 9:34 PM

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে কৃষকসকলে যাতে নিজৰ উৎপাদনৰ পৰা সঠিক বিক্ৰী মূল্য লাভ কৰিব পাৰে তাৰ বাবে বহুমুখী কৌশল যুগুত কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে কৃষকসকলে যাতে নিজৰ উৎপাদনৰ পৰা সঠিক বিক্ৰী মূল্য লাভ কৰিব পাৰে তাৰ বাবে বহুমুখী কৌশল যুগুত কৰিছে। এই কৌশলসমূহে শস্য চপোৱাৰ পাছৰ পৰিচালনা ব্যৱস্থা, বৈজ্ঞানিকভাৱে নির্মিত গুডাম ঘৰ আৰু বজাৰ ব্যৱস্থাৰ দিশকেইটা ...

September 29, 2026 9:32 PM

views 2

ভাৰতে ভূপ্রাকৃতিক কৌশল আৰু আপাতকালীন পৰিকল্পনাসমূহক নতুন প্রযুক্তি উদ্ভাৱন, অনিশ্চিয়তা আৰু ভৌগোলিক ঘনিষ্ঠতাৰ ফলত হঠাতে উদ্ভৱ হ’ব পৰা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰাকৈ প্ৰস্তুত কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতে ভূপ্রাকৃতিক কৌশল আৰু আপাতকালীন পৰিকল্পনাসমূহক নতুন প্রযুক্তি উদ্ভাৱন, অনিশ্চিয়তা আৰু ভৌগোলিক ঘনিষ্ঠতাৰ ফলত হঠাতে উদ্ভৱ হ'ব পৰা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰস্তুত কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে। নতুন দিল্লীত আজি ভাৰতীয় নৌবাহিনীৰ সন্মিলনত উপস্...

September 29, 2026 4:59 PM

views 3

ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১০ খন, আৰু উত্তৰাখণ্ডৰ এখন আসন আছে। বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, বি এল বার্মা, সমাজবাদী পাৰ্টীৰ নেতা ৰামগোপাল যাদৱ, বি এছ পিৰ ৰামজীকে ধৰি আন ৬ গৰাকী সাংসদে ২৫ নৱেম্বৰত...

September 29, 2026 4:57 PM

views 2

ভাৰত-চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নিউৱৰ্কত এছীয় সমাজে আয়োজন কৰা এটা অনুষ্ঠানত দিয়া ভাষণত ড০ জয়শংকৰে কয় যে সীমান্ত সম্পৰ্কীয় বিষয় নিষ্পত্তি হোৱাৰ লগে লগে পাৰস্পৰিক সম্পৰ্ক উন্নত হবলৈ ধৰে। তেওঁ কয় যে দ্বিপাক্ষিক সম...

September 29, 2026 4:53 PM

views 2

কেন্দ্ৰীয় চৰকাৰে ২০৪৭ বৰ্ষৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰি আছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ প্ৰতি অবিৰত দায়বদ্ধতাৰে জনগণৰ সেৱাত ২৫ বছৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২০৪৭ বৰ্ষৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰি আছে। জনসেৱাৰ পৰা দেশসেৱা এই মন্ত্ৰৰে আগবঢ়া যাত্ৰাপথত প্ৰধানমন্ত্রী মোদীয়ে প্ৰদৰ্শন কৰা সেৱা আৰু সুশাসনৰ দৃষ্...

September 29, 2026 4:51 PM

views 4

ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ‍ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছেঃ কে ৰামমোহন নাইডু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কয় যে ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ‍ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰূটছ এছিয়া ২০২৭ শীৰ্ষক অনুষ্ঠান উপলক্ষে এখন সংবাদমেলত শ্...

September 29, 2026 4:41 PM

views 3

এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমতী মুৰ্মুৱে কয় যে তেওঁলোকৰ স্থিৰ লক্ষ্য আৰু কঠোৰ অনুশীলনে এই প্রতিযোগিতাত সফল হোৱাত সহায় কৰিছে। ৰাষ্ট্ৰপতি...

September 29, 2026 12:19 PM

views 13

সহযোগিতা তথা উন্নত ফলাফল আধাৰিত কৌশলেৰে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ আহ্বান মন্ত্রী শিৱৰাজ সিং চৌহানৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৃষি উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা তথা উন্নত ফলাফল আধাৰিত কৌশলেৰে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ আহ্বান জনাইছে। উপযুক্ত পৰিকল্পনা, বৈজ্ঞানিকভাৱে কৰা মূল্যায়ণ আৰু ক্ষেত্র ভিত্তিক নিৰীক্ষণৰ যোগেদি ৰবি শস্যৰ বতৰত উৎপাদন বৃদ্ধিৰ লক...

September 29, 2026 12:15 PM

views 17

আজিৰে পৰা মন্ত্রী পীযূষ গোৱেলৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে আজিৰে পৰা ৫ অক্টোবৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রী গোৱেলে অহা বুধবাৰে অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া জি-২০ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকত অংশগ্রহণ কৰিব। এই বৈঠকৰ সুযোগতে তেওঁ বাণিজ্য মন্ত্রীসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈঠকত কৃষক, মীন পাল...