ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত হ’বলগীয়া এটা অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ ‘স্বচ্ছ সর্বেক্ষণ’ বঁটাসমূহ প্রদান কৰিব। এই বঁটাসমূহৰ জৰিয়তে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহক সন্মান জনোৱাৰ লগতে নগৰীয়া স্বচ্ছ ভাৰত অভিযানলৈ সেই চহৰসমূহৰ অসাধাৰণ অৱদানক স্বীকৃতি দিয়া হয় উদযাপন কৰে। আজিৰ বঁটা প্ৰদান অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লাল আৰু মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী টোখান সাহু ও উপস্থিত থাকিব।
Assamese | November 11, 2026 11:16 AM | President
নতুন দিল্লীত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ২০২৫-২৬ বৰ্ষৰ ‘স্বচ্ছ সর্বেক্ষণ’ বঁটাসমূহ প্রদান