November 12, 2026 1:25 PM | North east railway

printer

সমগ্ৰ দিল্লী অঞ্চলৰ প্ৰধান ৰে’ল ষ্টেচনসমূহত যাত্ৰীসকলৰ সুবিধা নিশ্চিত কৰিবলৈ উত্তৰ ৰে’লৱেৰ বিভিন্ন পদক্ষেপ

উত্তৰ ৰে’লৱেই সমগ্ৰ দিল্লী অঞ্চলৰ প্ৰধান ৰে’ল ষ্টেচনসমূহত যাত্ৰীসকলৰ সুবিধা নিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে। বিশেষকৈ দেশৰ পূব প্ৰান্তলৈ গৈ ছট্‌ পূজা উদযাপন কৰিব বিচৰা যাত্ৰীসকলৰ সুবিধাৰ বাবে লোৱা ব্যৱস্থাৰ অংশ হিচাপে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আজি দিল্লী অঞ্চলৰ পৰা ২৯খন বিশেষ ৰে’লৰ চলাচল কৰোৱা হ’ব। উল্লেখযোগ্য যে একেই লক্ষ্যৰে কালি সমগ্ৰ দিল্লীৰ প্ৰধান ৰে’ল ষ্টেচনসমূহৰ পৰা উত্তৰ ৰে’লৱেই ৩১খন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।