September 14, 2026 12:25 PM
21
মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অষ্টমবাৰৰ বাবে ভাৰতীয় দলৰ খিতাপ দখল
ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৭২ ৰানত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি-২০ ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে ষষ্ঠবাৰৰ বাবে শ্রীলংকাক পৰাস্ত কৰিছে। ভাৰতে কালি প্ৰথমে বেট ধৰ...