খেল

August 1, 2026 8:24 PM

views 24

কমনৱেলথ গেমছত ভাৰতৰ জেছমিন লম্ব’ৰিয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন

কমনৱেলথ গেমছত ভাৰতৰ জেছমিন লম্ব’ৰিয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্রীতিয়ে আজি মহিলাৰ বক্সিঙৰ ৫৪ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট দেলগাদোক ৫০ ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেছমিনে ৫৭ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক ৫-০ ফলাফলত পৰাস...

August 1, 2026 12:39 PM

views 40

আজিৰে পৰা গুৱাহাটীত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ'বলগীয়া আজিৰ প্ৰথমখন খেলত ক্রমাগত দুবাৰৰ চেম্পিয়ন নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড ...

August 1, 2026 12:32 PM

views 32

গ্লাছগো কমনৱেল্থ গেমছত লাভলীনা বৰগোঁহাই মহিলাৰ বক্সিঙৰ ফাইনেলত

স্কটলেণ্ডৰ গ্লাছগত চলি থকা কমনৱেল্থ গেমছত অসম কন্যা লাভলীনা বৰগোঁহাই মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত টুভালুৰ টাৰোণা টাফাকীক ৫-০ ব্যবধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন ৯ গৰাকী খেলুৱৈয়েও বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালিৰ দি...

July 31, 2026 10:21 PM

views 19

খেলো ইণ্ডিয়া আঁচনিত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন, ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেছনলৈ আগবঢ়োৱা পুঁজিৰ পৰিমাণ বৃদ্ধি

কেন্দ্রীয়  মন্ত্রীসভাই এখন সম্প্ৰসাৰিত খেলো ইণ্ডিয়া আঁচনিত অনুমোদন জনোৱাৰ লগতে ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেছনলৈ আগবঢ়োৱা পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিছে। ২০২৬-২৭ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈ খেলো ইণ্ডিয়াৰ নতুন সম্প্ৰসাৰিত আঁচনি আৰু ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেছনৰ বাবে মুঠ ৩৬ হাজাৰ ৪৪১ কোটি টকা ধাৰ্য কৰা হৈছে।  ...

July 31, 2026 10:01 PM

views 18

কমনৱেলথ গেমছৰ মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাৰ ফাইনেলত ভাৰতীয় বক্সাৰ প্ৰীতি পাৱাৰ

ভাৰতীয় বক্সিং খেলুৱৈ প্ৰীতি পাৱাৰ গ্লাচগ'ত চলি থকা কমনৱেলথ গেমছৰ মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰীতিয়ে আজি জাম্বিয়াৰ কেথৰীণ মাৱাপেক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।  ইয়াৰ ফলত ভাৰতৰ এটা ৰূপক পদক লাভ কৰাত নিশ্চিত হৈ পৰে৷ খেলুৱৈগৰাকীয়ে কাইলৈ ফাইনেলত কানাডাৰ স্কাৰ...

July 31, 2026 9:58 PM

views 17

টাইপেই অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত ভাৰতৰ উন্নতি হুদা আৰু তনৱী শৰ্মা

ভাৰতৰ উন্নতি হুদা আৰু তনৱী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। উন্নতিয়ে প্রতিদ্বন্দী খেলুৱৈ দেৱীকা সিহাগক ২৩-২১, ২১-১৬ আৰু তনৱীয়ে থাইলেণ্ডৰ চুপানিদা কাটেহংগক ২১-১৫, ১৮-২১, ২১-১৪ পোনপটীয়া গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

July 31, 2026 12:33 PM

views 17

আজাৰবাইজানত বাকুত চলি থকা ১৭ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত নিকিতা শ্বেৰাৱাৰ্টে ৰূপৰ পদক লাভ

আজাৰবাইজানত বাকুত চলি থকা ১৭ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত ছোৱালীৰ মল্লযুদ্ধত নিকিতা শ্বেৰাৱাৰ্টে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে কামনা বাদল আৰু গৰিমাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ ৫৭ কিলোগ্ৰাম শাখাত নিকিতাই ইউ এছ এৰ এপেনেছা এলিছনক ০- ৬ৰ ব্যৱধানত পৰাস্ত কৰি ৰূপৰ পদক অৰ্জন কৰে।...

July 31, 2026 12:30 PM

views 19

কমনৱেল্থ গেমছত ভাৰতৰ লভপ্রীত সিঙে পুৰুষৰ ভাৰোত্তোলনৰ ১১০ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক

কমনৱেল্‌ল্থ গেমছত ভাৰতৰ লভপ্রীত সিঙে পুৰুষৰ ভাৰোত্তোলনৰ ১১০ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক আৰু সীমা কলিমনাই মহিলাৰ ডিচকাছ থ্ৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অষ্ট্ৰেলিয়া সম্প্ৰতি ১১০টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। ভাৰত তিনিটা সোণ, ১০টা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ১৭টা পদকেৰে তালিকাৰ দশ...

July 31, 2026 12:07 PM

views 27

কমনৱেল্থ গেমছত লাভলীনা বৰগোঁহাই ছেমি ফাইনেলত অৱতীৰ্ণ

স্কটলেণ্ডৰ গ্লাছগত চলি থকা কমনৱেল্থ গেমছত আজি অসম কন্যা লাভলীনা বৰগোঁহাইয়ে মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত বাই লাভেৰে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈ পদক নিশ্চিত কৰা লাভলীনাই আজি টুভালুৰ টাফাকি তাৰনা খানুম বাড়িৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত কমনৱেল্থ গেমছত...

July 30, 2026 8:06 PM

views 25

কমনৱেল্থ গেমছ প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ ফাইনেলত প্ৰবেশ

গ্লাছগত অনুষ্ঠিত কমনৱেল্থ গেমছ প্ৰতিযোগিতাত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰৰ ফাইনেলত প্ৰবেশ কৰিছে। ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ ১০০ মিটাৰ টি-৪৭ ফাইনেলত কালি নিশা দিলীপ মাহাড়ু গভিটে সোণ আৰু মহম্মদ বাছিল মৰ্ছিংগনা কাঠে ৰূপৰ পদক লাভ কৰি ইতিহ...