খেল

July 30, 2026 8:06 PM

views 25

কমনৱেল্থ গেমছ প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ ফাইনেলত প্ৰবেশ

গ্লাছগত অনুষ্ঠিত কমনৱেল্থ গেমছ প্ৰতিযোগিতাত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰৰ ফাইনেলত প্ৰবেশ কৰিছে। ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ ১০০ মিটাৰ টি-৪৭ ফাইনেলত কালি নিশা দিলীপ মাহাড়ু গভিটে সোণ আৰু মহম্মদ বাছিল মৰ্ছিংগনা কাঠে ৰূপৰ পদক লাভ কৰি ইতিহ...

July 30, 2026 4:06 PM

views 30

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব

নৌ সেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্রুপ ডিৰ লীগ পর্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংডাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। ইপিনে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত আজি সন্ধিয়া ৭ বজাত হ'বল...

July 30, 2026 11:59 AM

views 23

কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি-47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন

কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি- 47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতৰ দিলীপ মহাদু গাৱিটে ১০.৭১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাচিল মৰ্ছিংগানকথে ১০.৮৩ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মূৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম...

July 29, 2026 10:06 PM

views 23

কমনৱেলথ গেমছৰ বক্সিঙত মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত

গ্লাচগ'ত অনুষ্ঠিত কমনৱেলথ গেমছৰ বক্সিঙত আজি মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু দেশৰ হকে কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। সাক্ষীয়ে কোৱাৰ্টাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ কেইটলীন ফ্ৰায়াৰ্ছক ৫-০ ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে।  সাক্ষী- লাভলীনা বৰগো...

July 29, 2026 8:18 PM

views 23

কমনরেল্থ গেমছৰ বক্সিঙত ভাৰতৰ সাক্ষী চৌধুৰী ছেমিফাইনেলত প্ৰৱেশ

গ্লাচগাত অনুষ্ঠিত কমনরেল্থ গেমছৰ বক্সিঙত আজি মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু দেশৰ হকে কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। সাক্ষীয়ে কোৱাৰ্টাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ কেইটলীন ফ্রায়াৰ্ছক ৫-০ ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। সাক্ষী- লাভলীনা বৰগোহ...

July 29, 2026 2:27 PM

views 32

১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা শুভাৰম্ভ

মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্র বাহিনীয়ে আয়োজন কৰা ১৩৫ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা কালি ৰাজ্যখনৰ খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্রীড়া ঐতিহ্য, ভাৰতীয় সশস্ত্র বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ২৫ জুলাইৰ পৰা ২৩ আগষ্টলৈকে ...

July 28, 2026 12:10 PM

views 32

কমনৱেলথ গেমছত পদক বিজয়ী খেলুৱৈসকলক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রীৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কমনৱেলথ গেমছত মহিলাৰ ৫৮ কিলোগ্রাম ভাৰোত্তোলন প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰোত্তোলনকাৰী বিন্দিয়াৰাণী দেৱীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈগৰাকীৰ শক্তি, স্থিতিস্থাপকতা, আৰু উৎকৃষ্টতাৰ অটল সাধনাই জাতিটোৰ বাবে গ...

July 28, 2026 12:05 PM

views 32

নগাঁৱত সদৌ অসম মেজৰ ৰেংকিং টেবল টেনিছ চেম্পিয়নশ্বিপ, ২০২৬ আৰম্ভ

অসম টেবল টেনিছ সন্থাৰ অধীনত আৰু নগাঁও ক্রীড়া সংস্থাৰ সৌজন্যত কালিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ত্রৈলোক্য নাথ ইউ টি টি সপ্তদশ সদৌ অসম মেজৰ ৰেংকিং টেবল টেনিছ চেম্পিয়নশ্বিপ, ২০২৬ অনুষ্ঠিত হৈছে। কালি বিয়লি নগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শর্মাই প্রতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। টেবল টেনিছ সন্থাৰ উপ-স...

July 28, 2026 11:31 AM

views 36

গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট এফ ৫৭ ফাইনেলত ভাৰতৰ শর্মিলা ধনকৰৰ সোণৰ পদক লাভ

গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ ৫৭ফাইনেলত ভাৰতৰ শর্মিলা ধনকাৰে দেশলৈ দ্বিতীয়টো স্বর্ণ পদক কঢ়িয়াই আনিছে। এই জয়ৰ পাছত ভাৰতৰ পদকৰ সংখ্যা তালিকাত ২টা সোণ, ৫ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জকে ধৰি পঞ্চম দিনৰ শেষৰ ফালে মুঠ পদকৰ সংখ্যা ১০ টা হৈছেগৈ। ৯.৮১ মিটাৰত ছিজনৰ শ্ৰেষ্ঠ থ্র'ৰে শর্মিলাই পেৰা এ...

July 27, 2026 9:29 PM

views 26

আই এছ এছ এফ বিশ্বকাপত মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ ইশা সিঙৰ সোণৰ পদক

চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্রতিযোগিতাৰ আজি মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ ইশা সিঙে সোণৰ পদক অৰ্জন কৰে। অলিম্পিক পদক বিজয়ী মনু ভাকেৰে এই শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।  কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে প্রতিযোগিতাত পদক অৰ্জন ক...