July 23, 2026 11:48 AM
29
স্কটলেণ্ডৰ গ্লাছগ’ত ২৩ সংখ্যক কমনৱেল্থ গেমছ
স্কটলেণ্ডৰ গ্লাছগ'ত আজি ২৩ সংখ্যক কমনৱেল্থ গেমছ আৰম্ভ হ'ব। ৭৪ খন ৰাষ্ট্ৰৰ খেলুৱৈয়ে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব। উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজেতা নিৰজ চোপ্ৰা, অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাঈ ছানুয়ে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৫ জনীয়া খে...