খেল

September 14, 2026 8:53 PM

views 28

টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে সমগ্ৰ প্ৰতিযোগিতাখনত অনবদ্য প্রদর...

September 14, 2026 12:25 PM

views 33

মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অষ্টমবাৰৰ বাবে ভাৰতীয় দলৰ খিতাপ দখল

ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৭২ ৰানত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি-২০ ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে ষষ্ঠবাৰৰ বাবে শ্রীলংকাক পৰাস্ত কৰিছে। ভাৰতে কালি প্ৰথমে বেট ধৰ...

September 14, 2026 12:23 PM

views 27

জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলৰ খিতাপ দখল

চীনৰ মকীত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দলে খিতাপ দখল কৰিছে। ভাৰতৰ পুৰুষ দলে ফাইনেলত দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অজিত যাদৱ, অনমোল ইক্কা, প্রভাদ্বীপ সিং আৰু আশু মৌৰ্যাই এটাকৈ গ'ল দিয়ে। এই জয়েৰে ভাৰতে প্ৰতিযোগিতাখনত ষষ্ঠবাৰৰ বাবে খিতাপ ...

September 13, 2026 8:47 PM

views 28

জাপান ইণ্টাৰনেচনেলত পুৰুষৰ ছিংগলছ এছ এল থ্রী শিতানত প্ৰমোদ ভগতৰ সোণৰ পদক লাভ

পেৰা বেডমিণ্টনত টকিঅৰ পেৰা অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰমোদ ভগতে আজি জাপান ইণ্টাৰনেচনেলত পুৰুষৰ ছিংগলছ এছ এল থ্রী শিতানত সোণৰ পদক লাভ কৰিছে। তদুপৰি ভগতে পুৰুষৰ ডাবলছৰ এছ এল থ্রী-এছ ইউ ফাইভ শিতানতো সুকান্ত কদমৰ সৈতে ৰূপৰ পদক লাভ কৰিছে। ছয় বাৰৰ বিশ্ব চেম্পিয়ন ভগতে ছিংগলছৰ চূড়ান্ত খেলত ভাৰতীয় খেলুৱৈ উ...

September 13, 2026 8:10 PM

views 19

ভাৰতৰ মহিলা হকী দলৰ একেৰাহে তৃতীয় বাৰৰ বাবে জুনিয়ৰ এছিয়া কাপ খিতাপ দখল

ভাৰতৰ মহিলা হকী দলে একেৰাহে তৃতীয় বাৰৰ বাবে জুনিয়ৰ এছিয়া কাপ খিতাপ দখল কৰিছে। যোৱাবাৰৰ চেম্পিয়ন দলটোৱে আজি বিয়লি চীনৰ মুকীত অনুষ্ঠিত চূড়ান্ত খেলত ১-০ ব্যৱধানত চীনক পৰাস্ত কৰে। ভাৰতৰ হৈ ছানিকা চন্দ্ৰকান্ত মানেয়ে খেলৰ ১৭ মিনিটত একমাত্র গলটো কৰে।

September 13, 2026 11:52 AM

views 22

মহিলা টি-২০ এছিয়া কাপ ক্রিকেটৰ ফাইনেলত ভাৰত-শ্রীলংকাৰ মুখামুখি

ডুবাইত মহিলা টি-২০ এছিয়া কাপ ক্রিকেটৰ ফাইনেলত আজি ভাৰত যোৱাবাৰৰ বিজয়ী শ্রীলংকাৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত এই খিতাপ অৰ্জনৰ যুঁজখন আৰম্ভ হ'ব। সাতবাৰৰ চেম্পিয়ন ভাৰতে এ গ্ৰুপৰ তিনিওখন খেলতে জয়লাভ কৰি অপৰাজিতভাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰিছিল।  আনহাতে শ্রীলংকায়...

September 13, 2026 10:57 AM

views 32

ভাৰতৰ এছ ডি প্ৰজ্বল দেৱ আৰু ফ্ৰান্সৰ কনষ্টেপ্টিন বিত’ন কৌজমিন যুটীৰ স্প’র্ট ফেষ্টিভেল এ টি পি চেলেঞ্জাৰ প্ৰতিযোগিতাৰ ডাবলছৰ খিতাপ অৰ্জন

ভাৰতৰ এছ ডি প্ৰজ্বল দেৱে ফ্ৰান্সৰ কনষ্টেপ্টিন বিত'ন কৌজমিনৰ সৈতে যুটী বান্ধি ভিয়েটনামৰ ফান থিয়েটত অনুষ্ঠিত স্প'র্ট ফেষ্টিভেল এ টি পি চেলেঞ্জাৰ প্ৰতিযোগিতাৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। শীর্ষ বাছনিপ্রাপ্ত যুটীটোৱে কালি অনুষ্ঠিত ফাইনেলত জাপানৰ ইয়ামাট' চুইঅ'কা আৰু নাঅ'কি তাজিমাক ৬-১, ৭-৬ ছেটত পৰাস্ত কৰে। ...

September 12, 2026 5:06 PM

views 24

কাইলৈ মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব

ডুবাইত কাইলৈ হ'বলগীয়া মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। যোৱা নিশা অনুষ্ঠিত ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে সাতবাৰৰ চেম্পিয়ন ভাৰতে গ্রুপ পৰ্যায়ৰ তিনিখন খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ পাছত ছেমিফ...

September 12, 2026 5:03 PM

views 30

ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে

ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি চীনৰ মকিত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত দক্ষিণ কোৰিয়াক ৫-১ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ চুপ্ৰিয়াই ৩ টা গল দিয়ে। মধু আৰু সুখবীৰ কৌৰে এটাকৈ গল দিয়ে। ভাৰত ফাইনেলত চীন আৰু জাপানৰ মাজৰ দ্বিতীয়খন ছেমিফাইনেলৰ বিজয...

September 12, 2026 11:04 AM

views 35

জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰত-দক্ষিণ কোৰিয়া

চীনৰ মোকিত চলি থকা জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি পুৱা ৯.৪৫ বজাত খেলখন আৰম্ভ হ'ব। কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানক ১৯-০ ব্যৱধানত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰে। তিনিখন খেলত আকর্ষণীয় জয় আৰু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।