July 12, 2026 12:32 PM
16
ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন চেমিফাইনেলত ফ্রান্স স্পেইন আৰু দ্বিতীয়খনত আর্জেন্টিনা আৰু ইংলেণ্ডৰ মুখামুখি হ’ব
ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আর্জেন্টিনাই ছুইজাৰলেণ্ডক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱানিশা ফ্ল'ৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক ২-১ গলত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন চেম...