September 7, 2026 1:16 PM
26
ভাৰতৰ স্বাত্বিকসাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিৰ চাইনা মাষ্টাৰ্ছ বেডমিণ্টনত পুৰুষৰ ডাবলছৰ খিতাপ দখল
ভাৰতৰ স্বাত্বিকসাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিয়ে চেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় যুটিটোৱে ফাইনেলত চীনৰ হি জি টিং আৰু ৰেন জিয়াং য়ুক ১১-২১, ২১-১৩, ২১-১৭ গেমত পৰাস্ত কৰি চাইনা মাষ্টাৰ্ছত খিতাপ দখল কৰা প্ৰথমটো ভাৰতীয় যুটী হিচাপে...