৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্রীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ-ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
Assamese | September 7, 2026 1:16 PM | Akashvani Guwahati | Football | Local news | SPORTS
৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ চূড়ান্ত বিজয়ীৰ সন্মান