ভাৰতৰ মহিলা হকী দলে একেৰাহে তৃতীয় বাৰৰ বাবে জুনিয়ৰ এছিয়া কাপ খিতাপ দখল কৰিছে। যোৱাবাৰৰ চেম্পিয়ন দলটোৱে আজি বিয়লি চীনৰ মুকীত অনুষ্ঠিত চূড়ান্ত খেলত ১-০ ব্যৱধানত চীনক পৰাস্ত কৰে। ভাৰতৰ হৈ ছানিকা চন্দ্ৰকান্ত মানেয়ে খেলৰ ১৭ মিনিটত একমাত্র গলটো কৰে।
Assamese | September 13, 2026 8:10 PM | India Women Hockey Asia Cup
ভাৰতৰ মহিলা হকী দলৰ একেৰাহে তৃতীয় বাৰৰ বাবে জুনিয়ৰ এছিয়া কাপ খিতাপ দখল