ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে। খেলখনত টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে।

সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ২-১ ফলাফলেৰে জয় লাভ কৰা ভাৰতীয় দলে আজিৰ খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব ৷