বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আজি হ’বলগীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পঞ্চম তথা অন্তিম খেলখন খেলত ভাৰতীয় পুৰুষ দলটো ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব।
Assamese | October 17, 2026 12:36 PM | Cricket
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্তিমখন খেলত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মুখামুখি