খেল

October 25, 2026 12:18 PM

views 9

দ্বিতীয়খন টি-২০ খেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ ফলাফলেৰে ভাৰতৰ অগ্রগতি

ভাৰতে কালি ক্রাইষ্টচাৰ্ছৰ হেগলে অ'ভেলত অনুষ্ঠিত দ্বিতীয়খন টি-২০ খেলত ঘৰুৱা দল নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ ফলাফলেৰে অগ্রগতি লাভ কৰে। ভাৰতে ১৮১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এটা বল বাকী থকা অৱস্থাত ৬টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। খেলখনত ভাৰতে নিয়মীয়া ব্যৱধানত উইকেট হেৰ...

October 24, 2026 6:44 PM

views 12

নিউজিলেণ্ডৰ বিৰুদ্ধে টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ ৪ উইকেটত ৰোমাঞ্চকৰ জয়

নিউজিলেণ্ডৰ বিৰুদ্ধে ক্রাইষ্টচাৰ্ছৰ হেগলে অ’ভেলত অনুষ্ঠিত টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে ৪ উইকেটত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে। এই জয়েৰে ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে ৫ খন খেলৰ শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হয়। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ১৮১ ৰান ভাৰতে এটা বল বাকী থকা অৱস্থাত ৬ টা...

October 24, 2026 12:07 PM

views 23

মহিলা ক্রিকেটত ভাৰতে জিম্বাবৱেক ৯ উইকেটত পৰাস্ত কৰি শৃংখলাত ১-০ৰ অগ্রগতি লাভ

মহিলা ক্রিকেটত ভাৰতে জিম্বাবৱেক ৯ উইকেটত পৰাস্ত কৰি তিনিখনীয়া এদিনীয়া শৃংখলাত ১-০ৰ অগ্রগতি লাভ কৰিছে। কালি নিশা বদোদৰাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ১৯৮ ৰানৰ লক্ষ্য মাত্র ২৭ অভাৰ এটা বলতে অতিক্ৰম কৰে। ভাৰতৰ হৈ প্ৰতিকা ৰাৱালে ৯৬টা বলত অপৰাজিত ১০০ ৰান সংগ্ৰহ কৰি নিজৰ এদিনীয়া কেৰিয়াৰৰ তৃতীয়টো শত...

October 24, 2026 12:04 PM

views 7

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ সামৰণি আজি

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ সামৰণি আজি পৰিব। সামৰণি অনুষ্ঠানত ভাৰতৰ হৈ দুবাৰৰকৈ স্বর্ণ পদক বিজয়ী নিশাদ কুমাৰ আৰু মোনা আগৰৱালে পতাকা বহন কৰিব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বাজি ৩০ মিনিটত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। উল্লেখযোগ্য যে, নিশাদ কুমাৰে পুৰুষৰ T47 শাখাৰ হাই জাম্প আৰু লং ...

October 23, 2026 6:57 PM

views 18

অসমৰ প্ৰতিভাশালী ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মহিলা ক্রিকেটত অভিষেক

অসমৰ প্ৰতিভাশালী ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ আজি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মহিলা ক্রিকেটত অভিষেক ঘটিছে। ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি বডোডৰাত অনুষ্ঠিত খেলখনৰ মূল একাদশত স্থান লাভ কৰাৰ লগে লগে জিণ্টিমণিয়ে অসমৰ তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটায়। ইয়াৰ আগ...

October 23, 2026 6:41 PM

views 12

ফ্রেন্স অপেন বেডমিণ্টনত অসমৰ অস্মিতা চলিহাৰ স্বপ্নৰ দৌৰৰ অন্ত

ফ্রেন্স অপেন বেডমিণ্টন প্রতিযোগিতাত অসমৰ অস্মিতা চলিহাৰ স্বপ্নৰ দৌৰৰ অন্ত পৰিছে। প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা জাপানৰ নজমি অক’হাৰাৰ বিৰুদ্ধে পৰাস্ত হয়। অৱশ্যে, ভাৰতৰ পি ভি সিন্ধুৱে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত আন এখন কোৱাৰ্টাৰ ফাইনে...

October 23, 2026 4:58 PM

views 29

তিনিখনীয়া এদিনীয়া শৃংখলাৰ ভাৰতৰ ছিনিয়ৰ মহিলা ক্রিকেট দলত অসমৰ জিণ্টীমণি কলিতাৰ স্থান লাভ

অসমৰ জিণ্টীমণি কলিতাই জিম্বাব’ৱেৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ ভাৰতৰ ছিনিয়ৰ মহিলা ক্রিকেট দলত স্থান লাভ কৰিছে। আঘাতৰ বাবে পেচ বলাৰ ৰেণুকা সিং ঠাকুৰ দলৰ পৰা বাহিৰ হোৱাত জিণ্টীমণিক স্মৃতি মান্ধনা নেতৃত্বাধীন ১৫ জনীয়া দলটোলৈ নির্বাচক মণ্ডলীয়ে বাছনি কৰিছে। ভাৰত আৰু জিম্বাব’ৱেৰ মাজ...

October 23, 2026 1:02 PM

views 10

জিম্বাব’ৱেৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ ভাৰতৰ ছিনিয়ৰ মহিলা ক্রিকেট দলত জিণ্টীমণি কলিতা স্থান লাভ

অসমৰ জিণ্টীমণি কলিতাই জিম্বাব’ৱেৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ ভাৰতৰ ছিনিয়ৰ মহিলা ক্রিকেট দলত স্থান লাভ কৰিছে। আঘাতৰ বাবে পেচ বলাৰ ৰেণুকা সিং ঠাকুৰ দলৰ পৰা বাহিৰ হোৱাত জিণ্টীমণিক স্মৃতি মান্ধনা নেতৃত্বাধীন ১৫ জনীয়া দলটোলৈ নির্বাচক মণ্ডলীয়ে বাছনি কৰিছে। ভাৰত আৰু জিম্বাব’ৱেৰ মাজ...

October 22, 2026 8:32 PM

views 15

এছিয়ান পেৰা গেমছ ২০২৬ৰ মহিলা ডাবলছ হুইলচেয়াৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰা আলফিয়া জেমছ আৰু পল্লৱী কে এমক ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে এছিয়ান পেৰা গেমছ ২০২৬ত মহিলা ডাবলছ হুইলচেয়াৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে আলফিয়া জেমছ আৰু পল্লৱী কে এমক অভিনন্দন জনাইছে । সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে হুইলচেয়াৰ বেডমিণ্টনত পদক লাভ কৰি দেশৰ পেৰা স্প’...

October 22, 2026 8:31 PM

views 18

এছিয়ান পেৰা গেমছত ভাৰতৰ আকর্ষণীয় প্রদর্শন অব্যাহত

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে আকর্ষণীয় প্রদর্শন অব্যাহত ৰাখিছে। আজি দেশখনে ৭টা সোণ, ৪ টা ৰূপ আৰু ১৫ টা ব্ৰঞ্জকে ধৰি ২৬ টা পদক লাভ কৰে। ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ১৯ সোণ, ২৬ ৰূপ আৰু ৪১ ব্ৰঞ্জকে ধৰি ৮৬ লৈ বৃদ্ধি পাইছে। বৰ্তমান পদকৰ সংখ্যাত 4 নম্বৰ স্থানত আছে ভাৰত। পুৰুষৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।