খেল

October 6, 2026 6:13 PM

views 10

এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ’ব

সদ্য সমাপ্ত এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ'ব। ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ‍ দৈমাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত তাৰকা বক্সাৰগৰাকীক আদৰণি জনাব। ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি ...

October 6, 2026 5:39 PM

views 4

ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰৰ ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি

ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰে ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। গুৱাহাটীত অনুষ্ঠিত বি চি চি আইৰ পৰ্যৱেক্ষণ বৈঠকত পাছতে ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে এই ঘোষণা কৰে। হৰমনপ্রীত কৌৰে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এদিনীয়া মহিলা বিশ্বকাপ প্রতিযোগিতাৰ খিতাপ লাভ কৰা ভাৰতীয় দলটো...

October 6, 2026 12:28 PM

views 7

ছার্বিয়ান ন’ভাক জ’কভিচ পুৰুষৰ একক ফাইনেলত প্ৰৱেশ

চাইনা অ'পেন টেনিছ প্রতিযোগিতাত বেইজিঙত অনুষ্ঠিত ছেমি ফাইনেলত ৰাছিয়াৰ ডেনিল মেডভেডেভ অযোগ্য বিবেচিত হোৱাৰ পিছতে ছার্বিয়ান ন'ভাক জ'কভিচ পুৰুষৰ একক ফাইনেলত প্ৰৱেশ কৰিছে। ২০২২ বর্ষত আষ্টানাত খিতাপ জয় কৰাৰ পিছত এতিয়া প্ৰথমবাৰৰ বাবে জ'ক'ভিচে এ টি পি ৫০০ ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল খেলখনত আজি অস্ট্রেলিয়ান...

October 6, 2026 12:17 PM

views 12

ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি প্রথমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হবলগীয়া পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি প্রথমখন খেল লক্ষ্ণৌত অনুষ্ঠিত হব। লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্রিকেট ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ২০২৬ বর্ষত এছিয়ান গেমছত সোণৰ পদক জয় কৰাৰ লগতে এদিনীয়া ইণ্টাৰনেশ্যনেল ছিৰিজত জয় লাভ ...

October 4, 2026 8:04 PM

views 9

ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি

দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰে। নাগয়া চহৰৰ পালোমা মিজোহো ষ্টেডিয়ামত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে ২১টা সোণ, ২৭টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জ সহ মুঠ ৮৫টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুর্থ...

October 3, 2026 6:45 PM

views 11

এছিয়ান গেমছত পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাত ভাৰতৰ অমন শ্বেহৰাৱটৰ সোণৰ পদক

জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ অমন শ্বেহৰাৱটে আজি পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাত উত্তৰ কোৰিয়াৰ বিশ্ব চেম্পিয়ন চং ছং হানক ১১-৭ ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। হাংজৌ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ফাইনেলত অসীম বুদ্ধিৰ পৰিচয় দিয়ে আৰু হানৰ স...

October 3, 2026 4:50 PM

views 8

এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন ভাৰতৰ

ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি ফাইনেলত পাকিস্তানক ১৯ ৰানত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ২১১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শর্মাই ৬১ ৰান আৰু তিলক বাৰ্মাই ৫১ ৰানৰ বৰঙণি আগব...

October 3, 2026 12:17 PM

views 12

এছিয়ান গেমছত ৭৭টা পদেকেৰে তালিকাৰ পঞ্চম স্থানত ভাৰত

জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মোহড়ে সোণৰ পদক জয় কৰিছে। কুমকুমে ফাইনেলত দক্ষিণ কোৰিয়াৰ অহ য়েজিনক পৰাস্ত কৰে। ইয়াৰ লগে লগে প্ৰতিযোগিতাত ভাৰতৰ সোণৰ পদকৰ সংখ্যা ১৭ লৈ বৃদ্ধি পালে। ভাৰতীয় এথলীটসকলে চতুৰ্দশ দিনাও বক্সিং, মল্লযুঁজ আৰু...

October 2, 2026 12:06 PM

views 13

২০২৭ চনৰ পুৰুষৰ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ সময়সূচী প্ৰকাশ

২০২৭ চনৰ পুৰুষৰ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে ৭ অক্টোবৰত কেপটাউনত অস্ট্রেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ গ্ৰুপ এত স্থান লাভ কৰা ভাৰত ১০ অক্টোবৰত জোহান্সবার্গত পাকিস্তানৰ বিৰুদ্ধে অবতীর্ণ হ'ব। প্রথম খেল দুখনৰ পাছত ভাৰত ১৪ অক্টোবৰত চেঞ্চুৰিয়ানত আফগানিস্তানৰ সন্মুখী...

October 2, 2026 12:39 PM

views 38

এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোঁহাইৰ মহিলাৰ বক্সিঙত সোণৰ পদক অর্জন

জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে। লাভলীনা বৰগোঁহায়ে আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অর্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাও ঝিয়িক ৫-০ ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙত সোণৰ পদক অর্জ...