ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ৱেলিংটনৰ হেনৰি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শৃংখলাত ইতিমধ্যে ২-০৩ আগবাঢ়ি থকা ভাৰতীয় দলটোৱে আজিৰ খেলখনত জয়েৰে শৃংখলা দখলৰ আপ্রাণ চেষ্টা চলাব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ চাৰে ১২ বজাত আৰম্ভ হ’ব।
Assamese | October 27, 2026 12:29 PM | Cricket
ৱেলিংটনত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল