বাক্সাৰ অঞ্চলী স্পোর্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় বার্ষিক মৃগাংগ দাস সোঁৱৰণী ফুটবল প্রতিযোগিতাত বীৰছা মুণ্ডা ক্লাবৰ ছেমি ফাইনেলত প্ৰবেশ

বাক্সা জিলাৰ অঞ্চলী স্পোর্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় বার্ষিক মৃগাংগ দাস সোঁৱৰণী ফুটবল প্রতিযোগিতাত বীৰছা মুণ্ডা ক্লাবে ছেমি ফাইনেলত প্ৰবেশ কৰিছে। আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বীৰছা মুণ্ডা ক্লাবে ফুংখা স্পোর্টছ ক্লাবক ১-০ গ’লত পৰাস্ত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।