November 10, 2026 12:04 PM | Cricket

printer

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ৫ খনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল বৰষুণৰ বাবে বিঘ্নিত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ৫ খনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হেমিলটনত অনুষ্ঠিত হব। খেলখন পুৱা চাৰে সাত বজাত আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে খেল অনুষ্ঠিত হোৱাত পলম হৈছে। উল্লেখযোগ্য যে ৫ খনীয়া শৃংখলাটোৰ অকলেণ্ড আৰু ৱেলিংটনত অনুষ্ঠিত প্রথম দুয়োখন খেলত ইতিমধ্যে ভাৰতে জয়লাভ কৰিছে। আজি খেলখনত জয়ী হ’লেই ভাৰতে শৃংখলা দখল কৰিব পাৰিব।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ চতুৰ্থখন খেল অহা শুকুৰবাৰে অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।