আন্তৰ্জাতিক সংবাদ

November 15, 2026 8:11 PM

views 16

প্রিন্স উইলিয়াম আৰু ৱেলছৰ ৰাজকুমাৰী কেথনিলাই কাইলৈৰ পৰা ১৮ নৱেম্বৰলৈ মুম্বাই ভ্রমণ কৰিব

প্রিন্স উইলিয়াম আৰু ৱেলছৰ ৰাজকুমাৰী কেথনিলাই কাইলৈৰ পৰা ১৮ নৱেম্বৰলৈ মুম্বাই ভ্রমণ কৰিব। এই ভ্রমণ কালত তেওঁলোকে আর্টছত প্রাইচ শীর্ষ সম্মিলন আৰু বঁটা প্রদান অনুষ্ঠানকে ধৰি কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব। প্রিন্স উইলিয়ামে আয়োজন কৰা বাৰ্ষিক আর্টছত বঁটা প্ৰদান অনুষ্ঠানটো পৰহিলৈ অৰ্থাৎ মঙলবাৰে সন্ধিয়া...

November 14, 2026 11:54 AM

views 18

পাকিস্তানত বোমা বিস্ফোৰণত ৫ জন লোক নিহত, ১৩ আহত

পাকিস্তানত বেলুচিস্তান প্ৰদেশৰ নিৰাপত্তাৰক্ষীৰ চেকপইণ্টত বোমা বিস্ফোৰণত ৫ জন লোক নিহত হোৱাৰ লগতে ১৩ জন আহত হয়। এগৰাকী নিৰাপত্তাৰক্ষী বিষয়াই জনোৱা মতে, দেশখনত নিষিদ্ধ বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বোমাৰুজনক ওছামা শ্বাহৱানী বুলি চিনাক্ত কৰে।

November 10, 2026 12:41 PM

views 33

ইৰানৰ সৈতে হোৱা যুদ্ধ সামৰিকভাৱে কাৰ্যত শেষ হোৱা বুলি ডোনাল্ড ট্রাম্পৰ প্ৰকাশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে সাংবাদিকৰ আগত কয়, যে ইৰানৰ সৈতে হোৱা যুদ্ধ সামৰিকভাৱে কাৰ্যত শেষ হোৱা বুলি তেওঁ বিশ্বাস কৰে। বিশ্ব অর্থনীতিত আলোড়ন সৃষ্টি কৰা এই যুদ্ধ পুনৰ আৰম্ভ কৰিবলৈ তেওঁ বৰ্তমান প্রস্তুত নহয় বুলি ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পৰা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। কাটাৰৰ প্ৰধানমন্...

November 8, 2026 8:45 PM

views 18

ইজৰাইলৰ পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে সেনা বাহিনীৰ প্ৰাক্তন মুৰব্বী তথা বিৰোধী নেতা গাড়ী আইচেনকটৰ জনমত লাভ

ইজৰাইলৰ পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে তথা প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহৰ স্থানত অধিষ্ঠিত হোৱাৰ বাবে সেনা বাহিনীৰ প্ৰাক্তন মুৰববী তথা বিৰোধী নেতা গাড়ী আইচেনকটে বিপুল জনমত লাভ কৰিছে। ৰাষ্ট্ৰপতি আইজাক হাৰজগে কালি ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰাৰ পাছত এই কথা ঘোষণা কৰে। আইচেনকটে নেচেটৰ ১২০ গৰাকী সদস্যৰ ভি...

November 8, 2026 7:55 PM

views 14

সংযুক্ত আৰৱ আমিৰিৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন

সংযুক্ত আৰৱ আমিৰিৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ অল নাহয়ান আৰু উপ-ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন ৰাছিদ অল মাক্কামে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত ইংৰাজী, হিন্দী আৰু আৰৱী ভাষাত প্ৰকাশ কৰা এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোৰে সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰি কয় যে এই উৎ...

November 8, 2026 12:32 PM

views 30

বিশ্বৰ ভিন্ন প্ৰান্তত দীপাৱলী উদযাপন

ভাৰতবৰ্ষৰ সমান্তৰালকৈ বিশ্বৰ প্রান্তে প্রান্তে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে উলহ-মালহেৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিছে। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা দীপাৱলী উদযাপনৰ দৃশ্য প্রকাশ পোৱাৰ লগে লগে এই উৎসৱৰ গোলকীয় জনপ্রিয়তা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। পেৰিছৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই সাধুৰ বৰ্ণন...

November 8, 2026 12:26 PM

views 14

ওমান উপসাগৰত নিষেধাজ্ঞা অমান্য কৰাৰ প্ৰচেষ্টা চলোৱা এখন বাণিজ্যিক জাহাজত গুলীচালনা কৰা বুলি আমেৰিকা সেনাৰ প্ৰকাশ

ওমান উপসাগৰত নিষেধাজ্ঞা অমান্য কৰাৰ প্ৰচেষ্টা চলোৱা এখন বাণিজ্যিক জাহাজত গুলীচালনা কৰা বুলি আমেৰিকাৰ সেনাই প্ৰকাশ কৰিছে। কর্তৃপক্ষই জনোৱা অনুসৰি, বাৰম্বাৰ সতৰ্ক কৰাৰ পাছতো ছেইণ্ট কিটছৰ পতাকাবাহী জাহাজখনে নিষেধাজ্ঞা উলংঘা কৰি ইৰাণৰ বন্দৰৰ যাত্ৰা সামৰি ওলাই যোৱাৰ চেষ্টা কৰাৰ সময়তে এই পদক্ষেপ গ্রহণ কৰা...

November 8, 2026 12:18 PM

views 13

পোলেণ্ডৰ ক্ৰাক’ভ চহৰৰ ব্যস্ত বজাৰ এলেকাত এজন বন্দুকধাৰীৰ গুলীচালনাত ৬ জন লোক নিহত

পোলেণ্ডৰ ক্ৰাক'ভ চহৰৰ এটা ব্যস্ত বজাৰ এলেকাত এজন বন্দুকধাৰীৰ গুলীচালনাত ৬ জন লোক নিহত হোৱাৰ লগতে ১৫ জন আহত হয়। ক্রাক'ভ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আক্রমণকাৰীজন পোলেণ্ডৰ নাগৰিক আৰু চহৰখনৰ মূল পৰ্যটন কেন্দ্ৰ 'মেইন স্কোৱেৰ'ত বাহনেৰে প্ৰৱেশ কৰি সাধাৰণ লোকক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে। আহতসকলৰ ভিত...

November 8, 2026 12:12 PM

views 19

জাপানত পুৱা হোৱা ভূমিকম্পত কমেও ২২ জন লোক আহত

জাপানৰ মধ্যভাগত আজি পুৱা ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ ফলত দোকানৰ কাঁচ ভাঙি যায় আৰু জনসাধাৰণ ভয়ত ঘৰৰ বাহিৰলৈ ওলাই আহে। ভূমিকম্পৰ ফলত কমেও ২২ জন লোক আহত হয়। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৫.৭ আছিল আৰু শ্বিজুঅ'কা প্রদেশত ভূ-পৃষ্ঠৰ পৰা প্ৰা...

November 7, 2026 11:46 AM

views 17

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ হোৱাইট হাউছত দিপাৱলী উদযাপন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কালি হোৱাইট হাউছত দিপাৱলী উদযাপন কৰে। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় কুৱাটাই ৰাষ্ট্ৰপতিৰ এই উদযাপনৰ সময়ত উপস্থিত থাকে। উল্লেখযোগ্য যে, ২০০৩ চনত দিপাবলী উদযাপনৰ পৰম্পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি জর্জ বুশ্বে আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে দিপাৱলী উৎসৱ আইজেনহো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।