আন্তৰ্জাতিক সংবাদ

April 8, 2024 8:33 PM

views 120

জম্মু-কাশ্মীৰৰ চানাচাৰৰ টিউলিপ বাগিচাখন পৰ্যটকৰ বাবে মুকলি

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ বিশাল সেউজীয়া ঘাহনিৰ মাজত মনোমোহা চানাচাৰ বাগিচাত প্ৰায় ২ লাখ ৫ হাজাৰ টিউলিপ ফুলে পর্যটকক আকৰ্ষণ কৰিছে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, চানাচাৰৰ টিউলিপ বাগিচাখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। এইবছৰ বাগিছাখনত ২৫ টা প্ৰজাতিৰ টিউলিপ ৰোপণ কৰা হৈছে। একে স্থানতে...

April 8, 2024 6:27 PM

views 98

উত্তৰ আমেৰিকাত আজি পূর্ণগ্রাস সূৰ্য্যগ্রহণ

আজি উত্তৰ আমেৰিকাত পূর্ণগ্রাস সূৰ্য্যগ্রহণ হ'ব। প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা আৰম্ভ হ'বলগীয়া এই বিৰল মহাজাগতিক পৰিঘটনা মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বাসিন্দাই প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১২ মিনিটৰ পৰা আৰম্ভ হ'বলগীয়া এই পূর্ণগ্রাস সূৰ্য্যগ্রহণ পুৱতি নিশা ...

April 7, 2024 7:02 PM

views 176

চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ’ছফটৰ সকীয়নি

চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ'ছফটে সকিয়াই দিছে। চীনে টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত ফলাফল প্রভাৱিত কৰাৰ বাবে পৰীক্ষা চলোৱাৰ পাছতে আগশাৰীৰ কম্পিউটাৰ ...

March 31, 2024 6:53 PM

views 101

যীশুখ্ৰীষ্টৰ পুনৰুজ্জীৱনৰ স্মৃতিত সমগ্ৰ বিশ্বত ইষ্টাৰ পালন

সমগ্ৰ বিশ্বতে আজি ইষ্টাৰ পালন কৰা হৈছে। ধর্মীয় বিশ্বাস অনুসৰি ক্ৰুছবিদ্ধ কৰাৰ পাছত আজিৰ দিনটোত যিশুখ্ৰীষ্ট পুনৰ জী উঠিছিল। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ গীৰ্জা ঘৰসমূহত কালি মাজনিশাৰে পৰা বিশেষ ইষ্টাৰ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। এই উৎসৱক নতুনৰ আৰম্ভণি আৰু বসন্তৰ আগমনৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।