আন্তৰ্জাতিক সংবাদ

March 31, 2024 6:53 PM

views 91

যীশুখ্ৰীষ্টৰ পুনৰুজ্জীৱনৰ স্মৃতিত সমগ্ৰ বিশ্বত ইষ্টাৰ পালন

সমগ্ৰ বিশ্বতে আজি ইষ্টাৰ পালন কৰা হৈছে। ধর্মীয় বিশ্বাস অনুসৰি ক্ৰুছবিদ্ধ কৰাৰ পাছত আজিৰ দিনটোত যিশুখ্ৰীষ্ট পুনৰ জী উঠিছিল। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ গীৰ্জা ঘৰসমূহত কালি মাজনিশাৰে পৰা বিশেষ ইষ্টাৰ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। এই উৎসৱক নতুনৰ আৰম্ভণি আৰু বসন্তৰ আগমনৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইষ...