আন্তৰ্জাতিক সংবাদ

May 19, 2024 8:58 PM

views 61

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু উচ্চপদস্থ বিষয়াক কঢ়িয়াই অনা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু উচ্চপদস্থ বিষয়াক কঢ়িয়াই অনা এখন হেলিকপ্টাৰ ইৰাণৰ উত্তৰ-পশ্চিম অঞ্চলত আজি দুৰ্ঘটনাগ্ৰস্ত হয়। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই এই খবৰ নিশ্চিত কৰিছে। এতিয়ালৈকে কোনো লোক হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই। আজাৰবাইজানৰ সীমান্তৰ সমীপৰ বান্ধ এটাৰ উদ্বোধনী অনুষ্ঠানৰ পৰা...

May 17, 2024 12:42 PM

views 64

ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ’লি মুম্বাইত উপস্থিত

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ লগতে ট্রিনিদাদত ক্রিকেট একাডেমী মুকলি কৰাৰ বিষয়ে আলোচনা কৰিবলৈ ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ'লি মুম্বাইত উপস্থিত হৈছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ আৰু শ্ৰীমতী ৰামবাই বাইছে কালি ৰাজভৱনত ভ্ৰমণৰত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী শ্ব...

May 16, 2024 11:23 AM

views 69

গুলীবিদ্ধ হোৱা শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ অৱস্থা এতিয়াও সংকটজনক

এখন চৰকাৰী বৈঠকত ভাগ লোৱাৰ পাছতে কালি গুলীবিদ্ধ হোৱা শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে। দেশখনৰ মন্ত্ৰী মাটুছ সুতাজ এষ্টকে এই আক্রমণক দেশখনৰ ওপৰত হোৱা আক্রমণ বুলি অভিহিত কৰে। আক্রমণকাৰীয়ে শ্রীফিকোক লক্ষ্য কৰি পাঁচবাৰ গুলী চলোৱা বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে ...

May 16, 2024 11:19 AM

views 60

নতুন দিল্লীত ভাৰত আৰু ৰাছিয়াৰ আফগানিস্তান সন্দর্ভত দ্বিপাক্ষিক আলোচনা

ভাৰত আৰু ৰাছিয়া কালি নতুন দিল্লীত আফগানিস্তান সন্দর্ভত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বিদেশ মন্ত্রালয়ৰ তথ্য অনুসৰি আফগানিস্তানত থকা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিশেষ কটকী জামিৰ কাবুলভ আৰু ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ পাকিস্তান, আফগানিস্তান আৰু ইৰাণ বিভাগৰ যুটীয়া সচিব জে পি সিঙে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ ব...

May 16, 2024 11:11 AM

views 74

লৰেন্স ৱং ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৰেন্স ৱঙক ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে ভাৰত-ছিংগাপুৰ কৌশলগত সহযোগিতাক অধিক আগবঢ়াই নিয়াৰ বাবে শ্ৰীৱঙৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্রহী বুলি প্ৰকাশ কৰে৷

May 13, 2024 8:22 PM

views 82

ভাৰত আৰু ইৰাণৰ মাজত ছাবাহাৰৰ শ্বহিদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইৰাণে আজি ছাবাহাৰৰ শ্বহিদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ কৰে। ইৰাণত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱাল আজি পুৱা চৰকাৰী কাৰ্যসূচীৰে ইৰাণত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত ইণ্...

May 12, 2024 8:22 PM

views 66

২৯ বাৰ এভাৰেষ্টত আৰোহনেৰে নেপালৰ পর্বতাৰোহী কামী ৰীতা শ্বেৰ্পাৰ অভিলেখ

নেপালৰ প্ৰখ্যাত পর্বতাৰোহী কামী ৰীতা শ্বেৰ্পাই আজি ২৯ বাৰৰ বাবে বিশ্বৰ আটাইতকৈ ওখ শৃংগ এভাৰেষ্টত আৰোহন কৰি সৰ্বাধিক বাৰৰ বাবে এভাৰেষ্ট জয় কৰা তেওঁৰ নিজৰেই অভিলেখ ভংগ কৰে। নেপালৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ পৰ্যটন বিভাগৰ সঞ্চালক ৰাকেশ গুৰুঙে প্ৰকাশ কৰে যে, ৫৪ বছৰ বয়সীয়া পৰ্বতাৰোহ...

May 12, 2024 8:17 PM

views 74

নেপালৰ ৰাষ্ট্রদূত ড° শংকৰপ্ৰসাদ শর্মা ইণ্ডিয়া-নেপাল ফাউণ্ডেছন পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত

ভাৰতত থকা নেপালৰ ৰাষ্ট্রদূত ড° শংকৰপ্ৰসাদ শর্মা ইণ্ডিয়া-নেপাল ফাউণ্ডেছন পৰিষদৰ ৩৮ সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত হৈছেহি। ৰাষ্ট্রদূতগৰাকীক ৰংপু সেৱা কেন্দ্ৰত স্থানীয় বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বৈঠকখন আজি...

May 12, 2024 6:37 PM

views 137

বিশ্বজুৰি মে’ মাহৰ দ্বিতীয়টো দেওবাৰটো মাতৃ দিৱস হিচাপে পালন

বিশ্বজুৰি আজি মাতৃ দিৱস পালন কৰা হৈছে। প্ৰতিবছৰে মে' মাহৰ দ্বিতীয়টো দেওবাৰত এই মাতৃ দিৱস পালন কৰা হয় । নাগালেণ্ডত শলাগ আৰু কৃতজ্ঞতাৰে মাতৃ দিৱস উদযাপন কৰা হয়। সকলো বয়সৰ লোকে মাতৃৰ প্ৰতি স্নেহ আৰু সন্মান প্ৰদৰ্শন কৰে। লগতে গীৰ্জাঘৰ সমূহত মাতৃ দিৱস উপলক্ষে বিশেষ সেৱা প্ৰদান কৰে। সকলো মাতৃকে মাতৃ দ...

May 12, 2024 12:14 PM

views 66

অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউছ অব লৰ্ডছৰ মনোনীত সদস্য

অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউছ অব লৰ্ডছৰ সদস্য হিচাপে মনোনীত হৈছে। হাজৰিকা এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া। আসনখনক তেওঁ বেৰ'নেছ হাজৰিকা অব কোটব্রীজ বুলি আখ্যা দিছে। হাউছ অব লর্ডছত— প্রধানমন্ত্ৰীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত ব্ৰিটেইনৰ ৰজাই প্রতিনিধিসকলক নিয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।