আন্তৰ্জাতিক সংবাদ

May 29, 2024 12:09 PM

views 72

ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্বীকাৰ

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে। পাকিস্তান মুছলীম লীগ, পি এম এল-এনৰ সাধাৰণ পৰিষদৰ বৈঠকত কালি তেওঁ এই কথা সদৰী কৰে। বৈঠকত শ্ৰীশ্বৰীফে কয় যে তেওঁ ১৯৯৮ চনৰ ২৮ মে’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ইয়াৰ পাছতে সেই সম...

May 28, 2024 7:32 PM

views 78

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস। মহিলাসকলক নিৰাপদ ঋতুস্ৰাৱৰ উপকাৰিতাৰ বিষয়ে জনাবলৈ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টি আৰু এই বিষয়ে মুকলিকৈ কথা পাতিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৮ মে’ৰ দিনটো সমগ্ৰ বিশ্বতে ঋতুস্ৰাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ ভ...

May 27, 2024 6:38 PM

views 65

ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন

সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাই কালি প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন অনুষ্ঠিত কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাসহ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰচ আদহান'ম ঘেব্ৰেয়েচাচ আৰু অন্যান্য...

May 26, 2024 8:33 PM

views 72

পাপুৱা নিউগিনিৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিত পোত যোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ বিষয়া

পাপুৱা নিউগিনিত হোৱা ভয়ংকৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিৰ তলত পোত যোৱা বুলি ৰাষ্ট্ৰসংঘৰ বিষয়াই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা শুকুৰবাবে স্থানীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩ মান বজাত ৰাজধানী চহৰ পোৰ্ট মৰেছবিৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ উত্তৰ-পশ্চিমৰ এংগা প্ৰদেশৰ কাউকলমৰ এখন ভিতৰুৱা গাঁ...

May 24, 2024 2:46 PM

views 70

পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কমেও ১০০জন লোকৰ মৃত্যু

পাপুৱা নিউগিনিৰ এটা ভিতৰুৱা অঞ্চলত ভূমিস্খলনৰ ফলত কমেও ১০০জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। অস্ট্রেলিয়ান ব্রডকাষ্টিং কৰ্পোৰেশ্যনে প্ৰকাশ কৰা মতে ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনৰ এংগা প্ৰদেশৰ কাউকালাম গাঁওখন বিধবস্ত হৈ পৰিছে। অৱশ্যে দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত অঞ্চলটোত মৃত্যু হোৱা ল...

May 21, 2024 7:09 PM

views 61

অহা ২৮ জুনত ইৰাণত ৰাষ্ট্ৰপতি নির্বাচন

অহা ২৮ জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। দেশখনৰ চৰকাৰী সংবাদ প্রতিষ্ঠান IRNA-ই এই কথা প্ৰকাশ কৰি কৈছে যে দেশখনৰ অন্তৱৰ্তী ৰাষ্ট্ৰপতি মহম্মদ ম’খবেৰ, ন্যায়পালিকাৰ মুৰব্বী গোলামহোছেইন মহছেনি-এজেই আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কোৱালিবাফৰ লগতে আইনী পৰিক্ৰমা দপ্তৰৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ ডেহকান...

May 20, 2024 1:10 PM

views 58

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি

হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যু হোৱা ঘটনাত প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰেও এই খবৰ পাই স্তম্ভিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে। ডº জয়শংকেৰ তেওঁলোকৰ সৈতে যোৱা জানুৱাৰী মাহত হোৱা স...

May 19, 2024 8:58 PM

views 61

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু উচ্চপদস্থ বিষয়াক কঢ়িয়াই অনা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু উচ্চপদস্থ বিষয়াক কঢ়িয়াই অনা এখন হেলিকপ্টাৰ ইৰাণৰ উত্তৰ-পশ্চিম অঞ্চলত আজি দুৰ্ঘটনাগ্ৰস্ত হয়। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই এই খবৰ নিশ্চিত কৰিছে। এতিয়ালৈকে কোনো লোক হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই। আজাৰবাইজানৰ সীমান্তৰ সমীপৰ বান্ধ এটাৰ উদ্বোধনী অনুষ্ঠানৰ পৰা...

May 17, 2024 12:42 PM

views 60

ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ’লি মুম্বাইত উপস্থিত

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ লগতে ট্রিনিদাদত ক্রিকেট একাডেমী মুকলি কৰাৰ বিষয়ে আলোচনা কৰিবলৈ ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ'লি মুম্বাইত উপস্থিত হৈছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ আৰু শ্ৰীমতী ৰামবাই বাইছে কালি ৰাজভৱনত ভ্ৰমণৰত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী শ্ব...

May 16, 2024 11:23 AM

views 65

গুলীবিদ্ধ হোৱা শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ অৱস্থা এতিয়াও সংকটজনক

এখন চৰকাৰী বৈঠকত ভাগ লোৱাৰ পাছতে কালি গুলীবিদ্ধ হোৱা শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে। দেশখনৰ মন্ত্ৰী মাটুছ সুতাজ এষ্টকে এই আক্রমণক দেশখনৰ ওপৰত হোৱা আক্রমণ বুলি অভিহিত কৰে। আক্রমণকাৰীয়ে শ্রীফিকোক লক্ষ্য কৰি পাঁচবাৰ গুলী চলোৱা বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে ...