আন্তৰ্জাতিক সংবাদ

May 31, 2024 6:59 PM

views 70

NATO শীর্ষ সন্মিলনৰ প্ৰস্তুতি উদ্দেশ্যে দুদিনীয়াকৈ অনানুষ্ঠানিক বৈঠক

NATO গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে অহা জুলাইত ৱাশ্বিংটনত হ'বলগীয়া NATO শীর্ষ সন্মিলনৰ প্ৰস্তুতি তথা ইউক্রেইনৰ প্ৰতি সমর্থন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে প্ৰগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এখন অনানুষ্ঠানিক বৈঠকত মিলিত হ'ব। চেক গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰী Petr Fiala-ৰ সৈতে এখন যুটীয়া সংব...

May 31, 2024 11:56 AM

views 83

পেলেষ্টাইনৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ

ভাৰতে পেলেষ্টাইন মহানগৰৰ গাজাৰ দক্ষিণাঞ্চলৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত গভীৰ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি সংবাদমাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্র ৰনধীৰ জয়ছোৱালে কয় যে, ৰাফাৰ আশ্ৰয় শিবিৰত ভালমান লোকে প্ৰাণ হেৰুওৱা ঘটনা অতি উদ্বেগজনক। তেওঁ কয় যে, ভাৰতে দেশ দুখনৰ স...

May 30, 2024 6:56 PM

views 83

গাজা-ইজিপ্ত সীমান্তত ভালেমান ৰকেট লঞ্চাৰ আৰু ২০ টা সুৰংগৰ বিষয়ে অৱগত ইজৰাইল সুৰক্ষা বাহিনী

ইজৰাইল সুৰক্ষা বাহিনীয়ে গাজাত গাজা-ইজিপ্ত সীমান্তৰ সম্পূৰ্ণ পথছোৱাৰ পৰিচালনা নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই পথছোৱাত ফিলা ডেলফি এলেকা হিচাপে জনা যায়। ইজৰাইল সুৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়েৰ এডমিৰেল ডেনিয়েল হাগেৰীয়ে জনোৱা অনুসৰি নতুনকৈ অধিকৃত পথছোৱা গাজা-ইজিপ্ত সীমান্তৰ ১৪ কিলোমিটাৰ এলেকা জুৰি আছে। অস্...

May 29, 2024 12:09 PM

views 77

ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্বীকাৰ

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে। পাকিস্তান মুছলীম লীগ, পি এম এল-এনৰ সাধাৰণ পৰিষদৰ বৈঠকত কালি তেওঁ এই কথা সদৰী কৰে। বৈঠকত শ্ৰীশ্বৰীফে কয় যে তেওঁ ১৯৯৮ চনৰ ২৮ মে’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ইয়াৰ পাছতে সেই সম...

May 28, 2024 7:32 PM

views 82

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস। মহিলাসকলক নিৰাপদ ঋতুস্ৰাৱৰ উপকাৰিতাৰ বিষয়ে জনাবলৈ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টি আৰু এই বিষয়ে মুকলিকৈ কথা পাতিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৮ মে’ৰ দিনটো সমগ্ৰ বিশ্বতে ঋতুস্ৰাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ ভ...

May 27, 2024 6:38 PM

views 69

ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন

সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাই কালি প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন অনুষ্ঠিত কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাসহ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰচ আদহান'ম ঘেব্ৰেয়েচাচ আৰু অন্যান্য...

May 26, 2024 8:33 PM

views 76

পাপুৱা নিউগিনিৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিত পোত যোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ বিষয়া

পাপুৱা নিউগিনিত হোৱা ভয়ংকৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিৰ তলত পোত যোৱা বুলি ৰাষ্ট্ৰসংঘৰ বিষয়াই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা শুকুৰবাবে স্থানীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩ মান বজাত ৰাজধানী চহৰ পোৰ্ট মৰেছবিৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ উত্তৰ-পশ্চিমৰ এংগা প্ৰদেশৰ কাউকলমৰ এখন ভিতৰুৱা গাঁ...

May 24, 2024 2:46 PM

views 76

পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কমেও ১০০জন লোকৰ মৃত্যু

পাপুৱা নিউগিনিৰ এটা ভিতৰুৱা অঞ্চলত ভূমিস্খলনৰ ফলত কমেও ১০০জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। অস্ট্রেলিয়ান ব্রডকাষ্টিং কৰ্পোৰেশ্যনে প্ৰকাশ কৰা মতে ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনৰ এংগা প্ৰদেশৰ কাউকালাম গাঁওখন বিধবস্ত হৈ পৰিছে। অৱশ্যে দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত অঞ্চলটোত মৃত্যু হোৱা ল...

May 21, 2024 7:09 PM

views 66

অহা ২৮ জুনত ইৰাণত ৰাষ্ট্ৰপতি নির্বাচন

অহা ২৮ জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। দেশখনৰ চৰকাৰী সংবাদ প্রতিষ্ঠান IRNA-ই এই কথা প্ৰকাশ কৰি কৈছে যে দেশখনৰ অন্তৱৰ্তী ৰাষ্ট্ৰপতি মহম্মদ ম’খবেৰ, ন্যায়পালিকাৰ মুৰব্বী গোলামহোছেইন মহছেনি-এজেই আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কোৱালিবাফৰ লগতে আইনী পৰিক্ৰমা দপ্তৰৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ ডেহকান...

May 20, 2024 1:10 PM

views 59

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি

হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যু হোৱা ঘটনাত প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰেও এই খবৰ পাই স্তম্ভিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে। ডº জয়শংকেৰ তেওঁলোকৰ সৈতে যোৱা জানুৱাৰী মাহত হোৱা স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।