ভাৰতত থকা নেপালৰ ৰাষ্ট্রদূত ড° শংকৰপ্ৰসাদ শর্মা ইণ্ডিয়া-নেপাল ফাউণ্ডেছন পৰিষদৰ ৩৮ সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত হৈছেহি। ৰাষ্ট্রদূতগৰাকীক ৰংপু সেৱা কেন্দ্ৰত স্থানীয় বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বৈঠকখন আজিৰে পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে।
Assamese | May 12, 2024 8:17 PM | Nepal's Ambassador
নেপালৰ ৰাষ্ট্রদূত ড° শংকৰপ্ৰসাদ শর্মা ইণ্ডিয়া-নেপাল ফাউণ্ডেছন পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত