আন্তৰ্জাতিক সংবাদ

August 9, 2026 12:25 PM

views 40

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সৰ সৈতে ফোন যোগে বাৰ্তালাপ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সৰ সৈতে ফোন যোগে বার্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে তেওঁলোকে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ভাৰত-আমেৰিকা ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰ...

August 9, 2026 12:23 PM

views 33

বাশ্বিংটনে বিশ্বাসৰ পৰিবেশ গঢ়ি তুলিলে আমেৰিকাৰ সৈতে স্বাক্ষৰিত চুক্তিৰ অধীনত তেহৰানে শান্তিৰ পথত অগ্ৰসৰ হ’ব বুলি ইৰাণৰ ৰাষ্ট্ৰপতিৰ প্ৰকাশ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেক্সিয়ানে, বাশ্বিংটনে বিশ্বাসৰ পৰিবেশ গঢ়ি তোলাত সহায় কৰিলে শেহতীয়াকৈ আমেৰিকাৰ সৈতে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত তেহৰানে শান্তিৰ পথত অগ্ৰসৰ হ'ব বুলি প্ৰকাশ কৰিছে। এখন সংবাদ মেলত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কোনো চুক্তিত উপনীত হোৱাৰ বাবে এয়া হৈছে উপযুক্ত সময়, কাৰণ দেশ...

August 9, 2026 12:16 PM

views 35

ক’ট ডি আইভৰিৰ ৰাষ্ট্ৰপতি আলাছানে অউয়াটাৰাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্রী কীর্তি বর্ধন সিঙৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্রী কীর্তি বর্ধন সিঙে কালি আবিজানত ক'ট ডি আইভৰিৰ ৰাষ্ট্ৰপতি আলাছানে অউয়াটাৰাক সাক্ষাৎ কৰে। তেওঁ ভাৰত আৰু কোট ডি আইভৰিৰ বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে আৰু আফ্ৰিকাৰ সৈতে ভাৰতৰ শক্তিশালী আৰু গভীৰ সংযোগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টি...

August 7, 2026 12:12 PM

views 27

ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদি বেলিষ্টিক ক্ষেপনাস্ত্র অগ্নি-ফ’ৰৰ পৰীক্ষা সম্পন্ন

ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদি বেলিষ্টিক ক্ষেপনাস্ত্র অগ্নি-ফ'ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ জৰিয়তে ক্ষেপনাস্ত্ৰবিধৰ পৰিচালন আৰু কাৰিকৰী মান নিশ্চিত হৈছে। কৌশলগত সামৰিক বাহিনী কামাণ্ডাৰ অধীনত এই পৰীক্ষণ সম্পন্ন ক...

August 7, 2026 12:04 PM

views 34

নতুন দিল্লীত ভাৰত-ছিংগাপুৰ বিদেশ কাৰ্যালয়ত পৰামৰ্শ আলোচনাৰ ঊনবিংশলানি বৈঠক

ভাৰত আৰু ছিংগাপুৰে সৰ্বাত্মক কৌশলগত সহযোগিতাৰ বিশদ পৰিকল্পনা অনুযায়ী আঠটা ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰিছে। নতুন দিল্লীত কালি ভাৰত-ছিংগাপুৰ বিদেশ কাৰ্যালয়ত পৰামৰ্শ আলোচনাৰ ঊনবিংশলানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাচ্যৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ড...

August 5, 2026 12:29 PM

views 38

ইৰাণ-ওমানৰ মাজত হৰমুজ প্রণালী সম্পর্কীয় আলোচনা নতুন পৰ্যায়ত প্ৰৱেশ

ইৰাণ আৰু ওমানৰ মাজত হৰমুজ প্রণালী সম্পর্কীয় আলোচনাই নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি ইৰাণৰ এজন শীৰ্ষ বিষয়াই দেশখনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিৰ আগত প্ৰকাশ কৰিছে। ইৰাণৰ চৰকাৰী টেলিভিচনে কালি প্ৰকাশ কৰা অনুসৰি হৰমুজ প্রণালীক লৈ ইৰাণ-ওমানৰ আলোচনা অব্যাহত থকাটোৱে তেহৰাণৰ কূটনৈতিক সংযোগক প্রতী...

August 5, 2026 12:25 PM

views 37

ভাৰতৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ এম এছ ভি ফইজ নুৰী অলিয়াৰ ওপৰত য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণক গৰিহণা

ভাৰতে দেশৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ এম এছ ভি ফইজ নুৰী অলিয়াৰ ওপৰত কালি য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয়, যে জাহাজখনত থকা ১৩ গৰাকী ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হৈছে। ৰিয়াধত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্...

August 2, 2026 8:42 PM

views 31

কংগোত ইব’লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

বিশ্ব স্বাস্থ্য সংস্থাই কংগোত ইব'লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি দেশখনত ইব'লাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হৈ থকাৰ লগতে ভৌগোলিকভাবে বিস্তৃত হৈ চুবুৰীয়া দেশসমূহলৈও বিয়পিছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি দেশখনত সম্প্রতি ৩৬০৫টা নিশ্চিত সংক...

August 2, 2026 8:29 PM

views 26

ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপত ফেৰীত সংঘটিত অগ্নিকাণ্ডত পাঁচগৰাকী লোকৰ প্রাণহানি ৪১গৰাকী সন্ধানহীন

ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত আজি এখন যাত্রীবাহী ফেৰীত সংঘটিত অগ্নিকাণ্ডত পাঁচগৰাকী লোকে প্রাণ হেৰুওৱাৰ লগতে ৪১গৰাকী সন্ধানহীন হৈ আছে। উল্লেখযোগ্য যে ফেৰীখনত ২৭১গৰাকী যাত্রী আছিল। দেশখনৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ফেৰীৰ পৰা এই পর্যন্ত ২২৫ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। উল্...

August 2, 2026 8:21 PM

views 22

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সোমবাৰৰ পৰা ব্রিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ৰ মুৰব্বীসকলৰ দুদিনীয়া বৈঠক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাইলৈ ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত ভাৰতে অধ্যক্ষ কৰিব। সহযোগিতা আৰু স্থায়িত্ব, উদ্ভাবন তথা স্থিতিস্থাপকতাৰ বাবে নিৰ্মাণ বিষয়বস্তুক সামৰি এই বৈঠক আয়োজিত হৈছে। ব্রাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্রিকা, ইজিপ্ত, ইথিও...