আন্তৰ্জাতিক সংবাদ

July 28, 2026 11:58 AM

views 39

বৈদেশিক সচিব বিক্রম মিশ্রিৰ চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী হুৱা চুনিয়ঙক সাক্ষাৎ

বৈদেশিক সচিব বিক্রম মিশ্রিয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী হুৱা চুনিয়ঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। চীনা ভ্ৰমণৰত বৈদেশিক সচিবগৰাকীয়ে ভাৰত আৰু চীন দুয়োখন দেশ বিভিন্ন ক্ষেত্ৰত অংশীদাৰী হৈ উন্নয়নমূলক সুযোগসমূহ আগবঢ়াই নিয়া সন্দর্ভতো আলোচনা কৰে। তেওঁ লগতে বাণি...

July 27, 2026 11:28 AM

views 33

ফান্স আৰু স্পেইনৰ প্ৰায় ৩ লাখ লোকক বনজুইৰ বাবে স্থানান্তৰিত কৰা হৈছে

ফান্স আৰু স্পেইনৰ প্ৰায় ৩ লাখ লোকক বনজুইৰ বাবে স্থানান্তৰিত কৰা হৈছে। বনজুইয়ে বৃহৎ অঞ্চল ছানি ধৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ ঐতিহাসিক চহৰ বৰদাওৰ কাষৰীয়া ঠাইলৈ প্রায় ২ লাখ ২০ হাজাৰ লোকক স্থানান্তৰিত কৰা হৈছে। বনজুইৰ ফলত আটলাণ্টিক উপকূলৰ কেপ ফেৰেট উপদ্বীপৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চহৰখনৰ প্ৰায় ১৫ কিলোমিটা...

July 26, 2026 10:03 AM

views 41

তিনিখন ইউৰোপীয় দেশ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু নতুন দিল্লীত উপস্থিত

মোলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়াৰ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি পুৱা নতুন দিল্লীলৈ উভতি আহে। এই ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে এই তিনিখন ইউৰোপীয় দেশৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বার্থজড়িত ক্ষেত্রসমূহত সহযোগিতা সম্প্ৰসাৰণৰ লক্ষ্যৰে উচ্চস্তৰীয় বৈঠ...

July 24, 2026 9:51 AM

views 28

ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্রীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখন চুক্তিত স্বাক্ষৰ কৰিছে

ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্রীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখন চুক্তিত স্বাক্ষৰ কৰিছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ ডেমৰ মাজত কালি বুখাৰেষ্টত হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। ৰাষ্ট্ৰপতি মুর্মুৱে তেওঁৰ...

July 23, 2026 12:28 PM

views 29

উত্তৰ মেচিডোনিয়াৰ ৰাষ্ট্ৰপতি গর্ডানা চিলজানোভস্কা-ডাভকোভাই কৈছে যে এগৰাকী মহিলা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাটো গৌৰৱৰ বিষয়

উত্তৰ মেচিডোনিয়াৰ ৰাষ্ট্ৰপতি গর্ডানা চিলজানোভস্কা-ডাভকোভাই কৈছে যে এগৰাকী মহিলা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাটো গৌৰৱৰ বিষয়। উত্তৰ মেচিডোনিয়াৰ স্কোপজেত আকাশবাণীৰ সংবাদদাতা সুভাশ্রী মহাপাত্ৰৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী ডাভকোভাই কয় যে, ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ সুদীর্ঘ ইতিহাস আৰু ...

July 23, 2026 12:25 PM

views 27

কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ আপাহতে কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দক বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কালি ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ আপাহতে কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দক সাক্ষাৎ কৰে। এই সাক্ষাৎ সন্দর্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড০ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাৰ সহযোগিতা ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে। স...

July 23, 2026 11:56 AM

views 31

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজিৰে পৰা দুদিনীয়া ৰোমানিয়া ভ্ৰমণসূচী

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজিৰে পৰা দুদিনীয়াকৈ ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্রমণকালত ৰাষ্ট্ৰপতিয়ে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকুছৰ ডেন, অন্তবর্তী প্রধানমন্ত্রী ইলী ব'ল'জেন, ৰোমানিয়া ছিনেটৰ অধ্যক্ষ মির্চিয়া আব্রুডিয়ান আৰু চেম্বাৰ অৱ ডেপুটিছৰ অধ্যক্ষ ছৰিন গ্রীনডিয়ান'ক সাক্ষাৎ কৰিব। তেওঁ লগতে ভাৰত-ৰোম...

July 22, 2026 11:16 AM

views 47

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰত আৰু মেছিডানিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰত আৰু মেছিড নিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। শ্রীমতী মুর্মুৱে লগতে উভয় দেশৰ ব্যৱসায়ীসকলক ব্যৱসায়ৰ উৰ্ধলৈ গৈ বিনিয়োগ, প্রযুক্তি আৰু উদ্ভাৱন আধাৰিত দুয়ো দেশৰ মাজৰ দীর্ঘকালিন সহযোগিতা সুদৃঢ় কৰিবলৈ কৈছে।  স্কোপজেত ভাৰত উত্তৰ মেছিডানিয়া ...

July 19, 2026 8:40 PM

views 31

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিৰ নতুন দিল্লীত উপ-ৰাষ্ট্ৰীয় চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি তথা ৰিভ'লিউচনেৰী কাউন্সিলৰ অধ্যক্ষ ড০ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তাঞ্জানিয়াৰ অর্ধ-স্বায়ত্ত শাসিত অঞ্চল জাঞ্জিবাৰৰ নিজা সংবিধান তথা ৰাষ্ট্ৰপতি থকাৰ উপৰি হাউছ অব ৰিপ্রেজেন্টেটিভ আৰু নিজা পতাকাও আছে। এই বৈঠকত নেত...

July 19, 2026 8:35 PM

views 33

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিৰ চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিয়ে চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্রতিষ্ঠানখনৰ জাঞ্জিবাৰত থকা শাখা মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান মাদ্ৰাছৰ জাঞ্জিবাৰ প্রাঙ্গন হৈছে ভা...