আন্তৰ্জাতিক সংবাদ

July 22, 2026 11:16 AM

views 53

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰত আৰু মেছিডানিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰত আৰু মেছিড নিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। শ্রীমতী মুর্মুৱে লগতে উভয় দেশৰ ব্যৱসায়ীসকলক ব্যৱসায়ৰ উৰ্ধলৈ গৈ বিনিয়োগ, প্রযুক্তি আৰু উদ্ভাৱন আধাৰিত দুয়ো দেশৰ মাজৰ দীর্ঘকালিন সহযোগিতা সুদৃঢ় কৰিবলৈ কৈছে।  স্কোপজেত ভাৰত উত্তৰ মেছিডানিয়া ...

July 19, 2026 8:40 PM

views 35

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিৰ নতুন দিল্লীত উপ-ৰাষ্ট্ৰীয় চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি তথা ৰিভ'লিউচনেৰী কাউন্সিলৰ অধ্যক্ষ ড০ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তাঞ্জানিয়াৰ অর্ধ-স্বায়ত্ত শাসিত অঞ্চল জাঞ্জিবাৰৰ নিজা সংবিধান তথা ৰাষ্ট্ৰপতি থকাৰ উপৰি হাউছ অব ৰিপ্রেজেন্টেটিভ আৰু নিজা পতাকাও আছে। এই বৈঠকত নেত...

July 19, 2026 8:35 PM

views 38

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিৰ চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিয়ে চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্রতিষ্ঠানখনৰ জাঞ্জিবাৰত থকা শাখা মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান মাদ্ৰাছৰ জাঞ্জিবাৰ প্রাঙ্গন হৈছে ভা...

July 19, 2026 12:32 PM

views 23

কেন্দ্রীয় মন্ত্রী পীযূষ গোৱলৰ ভাৰত আৰু ইষ্ট’নিয়াৰ মাজত বাণিজ্য, বিনিয়োগ, উদ্ভাৱণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান

কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেল তেওঁৰ আনুষ্ঠানিক ইষ্টনিয়া ভ্রমণসূচীৰ সময়ত টালিনত ভাৰত-ইষ্ট'নিয়া ব্যৱসায়িক মঞ্চত ভাষণ দি বাণিজ্য, বিনিয়োগ, উদ্ভাৱণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গভীৰ সহযোগিতাৰ আহ্বান জনায়। এই মঞ্চত দুয়োখন দেশৰ জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধি, উদ্যোগপতি আৰু ব্যৱসায়িক প্রতিনিধি দলসম...

July 17, 2026 2:30 PM

views 40

পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নৰ উদ্বেগ প্রকাশ

পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্রকাশ কৰিছে ইউনিয়নে সতৰ্ক কৰি দিয়ে যে জি এছ পি প্লাছ আঁচনিৰ অধীনত পাকিস্তানে বাণিজ্যিক লাভালাভ পাই থকাটো দেশখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত নিৰ্ভৰ কৰিব। ইউৰোপীয়ান আয়োগ আৰু ইউৰোপীয়ান ইউনিয়নৰ বিদেশ পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ উচ...

July 14, 2026 12:54 PM

views 44

বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰাণৰ বন্দৰসমূহত পুনৰ অৱৰোধ আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পিছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ ফলত হৰমুজ প্রণালীৰ মাজেৰে তেলৰ যোগানৰ ক্ষেত্ৰত উদ্বেগ প্রকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ৯.৬ শতাংশ বৃদ্ধি পাই প্...

July 13, 2026 5:41 PM

views 38

নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি ৭৮ বছৰ বয়সত দেহাৱসান

জুৰাছিক পাৰ্ক আৰু দা পিয়ানোৰ লেখীয়া ছবিত কৰা অভিনয়ৰ জৰিয়তে খ্যাতি অৰ্জন কৰা নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি ৭৮ বছৰ বয়সত দেহাৱসান ঘটে। আকস্মিকভাৱে অনাকাংক্ষিত ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ অভিনেতাগৰাৰীয়ে আজি ছিডনীত শেষ নিশ্বাস ত্যাগ কৰে বুলি তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে। উল্লেখযোগ...

July 13, 2026 12:07 PM

views 35

কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই ভাৰতৰ আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালন

ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্র দেশতে ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উৰুৱাই থকা সকলো ভৱনত ৰাষ্টীয় পতাকা অর্ধনমিত কৰা ৰখা হ'ব। আজিৰ দিনটোত কোনোধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠা...

July 12, 2026 8:37 PM

views 25

ইৰাণৰ প্ৰায় ১৪০ টা সামৰিক ঘাটি লক্ষ্য কৰি আমেৰিকাৰ নতুনকৈ আক্রমণ আৰম্ভ

ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে ছাইপাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্রমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্রমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্রকাশ কৰা মতে দেশখনৰ সেনা বাহিনীয়ে ইৰানৰ প্ৰায় ১৪০ টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন...

July 12, 2026 8:30 PM

views 33

ভিয়েটনামৰ নাও দুর্ঘটনাত মৃত্যু হোৱা ১৫ জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হ’ চ্ছি মিন চিটীলৈ নিয়া হৈছে

ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনৰ ফু কক দ্বীপৰ সমীপত নাও দুর্ঘটনাত মৃত্যু হোৱা ১৫ জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হ' চ্ছি মিন চিটীলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে। সামাজিক মাধ্যমৰ এটা বার্তাত দূতাবাসে প্ৰকাশ কৰা অনুসৰি তাত প্রয়োজনীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই নশ্বৰ দেহসমূহ অতি শীঘ্রেই দেশলৈ...