July 3, 2026 11:28 AM
33
ডামাস্কাছৰ কেফেত হোৱা বোমা বিস্ফোৰণত ৯ জন নিহত ২০ জন আহত
ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও ৯ জন লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায়-প্ৰসাদৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন ২০ গৰাকী লোক আহত হোৱা বুলি ছিৰিয়া...