June 14, 2026 8:27 PM
28
আই এন এছ সাৰদা জাহাজখনে শ্রীলংকাৰ কলম্বোলৈ ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে
আই এন এছ সাৰদা জাহাজখনে শ্রীলংকাৰ কলম্বোলৈ ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্র্যালয়ে প্রকাশ কৰিছে যে ইয়াৰ জৰিয়তে ভাৰত আৰু শ্রীলংকাৰ মাজৰ সামুদ্রিক সহযোগিতা তথা মিত্রতা অধিক শক্তিশালী হ'ব। এই ভ্রমণৰ সৈতে সংগতি ৰাখি শ্রীলংকা নৌবাহিনীৰ সৈতে বৃত্তিমূলক অনুশীলনমূলক তথা ক্রীড়ামূলক আলোচনাও সম্পন...