আন্তৰ্জাতিক সংবাদ

June 7, 2026 8:10 PM

views 36

ৰাষ্ট্ৰসংঘৰ মিলিটেৰী জেণ্ডাৰ এডভ’কেট অব দি ইয়েৰ সন্মান লাভ কৰাৰ বাবে মেজৰ অভিলাষা বাৰাকক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰসংঘৰ মিলিটেৰী জেণ্ডাৰ এডভ'কেট অব দি ইয়েৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত প্রধানমন্ত্রীয়ে কয় যে এই সন্মানৰ জৰিয়তে মেজৰ বাৰাকৰ উৎকৃষ্ট সেৱা তথা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ প্ৰচেষ্টাত দেশৰ দীর্ঘদিনীয়া বৰ...

June 7, 2026 12:20 PM

views 35

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক নেপালৰ বিদেশ মন্ত্রী শিশিৰ খানালৰ সাক্ষাৎ

নেপালৰ বিদেশ মন্ত্রী শিশিৰ খানালে নতুন দিল্লীত কালি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ২০১৫ চনৰ ভূমিকম্পৰ পিছৰ পুনৰ গঠন কাৰ্যসূচীৰ অধীনত ৭২টা স্বাস্থ্য সুবিধা আৰু ১২টা সাংস্কৃতিক ঐতিহ্য প্রকল্প ড০ জয়শংকৰে নেপালক ভার্চুৱেলী অর্পণ কৰে। তেওঁ লগতে দুয়োখন দেশৰ জনসাধাৰণ প্ৰ...

June 7, 2026 11:25 AM

views 41

গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সম্মিলন

গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত হ'ব। অহা জুলাইৰ মাজভাগত হ'বলগীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। এই সম্মিলনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ...

June 6, 2026 3:07 PM

views 51

আমেৰিকাৰ ছিয়াটলত আজি ভাৰতীয় আমৰ মহোৎসৱ ‘Mango Magic FestivaL’ৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে

• আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি ভাৰতীয় আমৰ মহোৎসৱ ‘Mango Magic Festival’ৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। ভাৰতীয় আম আমদানি কৰা দেশখনৰ ১০০তকৈও অধিক প্রতিষ্ঠানে এই মহোৎসৱত অংশগ্ৰহণ কৰিছে। মুঠ ৭ বিধ উচ্চ মানৰ ভাৰতীয় আম প্ৰদৰ্শনৰ ব্যৱস্থা কৰা এই মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ বাবে আমৰ সোৱাদ উপভোগ কৰাৰ...

January 24, 2026 12:18 PM

views 185

পাকিস্তানত সংঘটিত এটা আত্মঘাতী বোমা বিস্ফোৰণত ৭জনৰ মৃত্যু আৰু আন ২৫ জন আঘাতপ্রাপ্ত

পাকিস্তানত যোৱা নিশা সংঘটিত এটা আত্মঘাতী বোমা বিস্ফোৰণত ৭জনৰ মৃত্যু আৰু আন ২৫ জন আঘাতপ্রাপ্ত হয়। উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশৰ শান্তি সমিতিৰ এজন সদস্যৰ বাসগৃহত বিবাহ অনুষ্ঠানৰ সময়তে এই বিস্ফোৰণ সংঘটিত কৰোৱা হয়। স্থানীয় আৰক্ষীয়ে নিশ্চিত কৰিছে যে কুৰেছি ম'ৰৰ সমীপৰ শান্তি সমিতিৰ মুৰব্বী নূৰ আলম...

January 22, 2026 11:15 AM

views 178

ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰা কথা প্ৰকাশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰে বুলি কয় যদিও পুনৰ তেঁও আর্কটিক দ্বীপৰ মালিকীস্বত্ব ৱাশ্বিংটনক দিয়াৰ দাবী উত্থাপন কৰে। ডাভোছত বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্রীনলেণ্ড অধিগ্রহণ সন্দৰ্ভত আমেৰিকাই তাৎক্ষণিক আ...

January 22, 2026 11:03 AM

views 102

ট্রাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এই বিষয়ক লৈ চিন্তিত নহয়

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীয়ে ডেনমাৰ্ক আৰু নাটোৰ ঐক্যক জোকাৰি যোৱাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বিষয়টোক লৈ চিন্তিত নহয় বুলি মন্তব্য প্ৰদান কৰিছে। কালি নিশা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকত দিয়া ভাষণত পুটিনে কয় যে গ্রীনলেণ্ডৰ কথা চিন্তা কৰাট...

January 22, 2026 10:59 AM

views 100

গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে উত্তৰ মেৰুৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে চুক্তিৰ কাঠামোত সন্মতি প্ৰকাশ কৰাৰ পিছতেই ইউৰোপত থকা আমেৰিকৰ মিত্ৰ দেশসমূহৰ ওপৰত গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ট্রাম্পে অধিকাৰ আৰু মালিকীস্বত্বকে ধৰি গ্ৰীণলেণ্ডক ল'ব বিচৰা বুলি জোৰ...

January 22, 2026 10:56 AM

views 87

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী ইউৰোপীয় সংসদৰ

ইউৰোপীয় সংসদে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী আৰু তেওঁৰ এই পৰিকল্পনাৰ বিৰোধীতা কৰা ইউৰোপীয় সংঘৰ মিত্ৰদেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকিৰ প্ৰতিবাদত সংঘৰ বাণিজ্যিক চুক্তিৰ কাম-কাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুলাই মাহৰ শেষৰফালে স্কটলেণ্ড টাৰ্ণবেতি সম্পাদিত...

January 20, 2026 11:33 AM

views 108

আফগানিস্তানৰ কাবুলত সংঘটিত বোমা বিস্ফোৰণত কমেও ৭ জন লোক নিহত

আফগানিস্তানৰ কাবুলৰ ডাউনটাউনত কালি সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ৭ জন লোক নিহত হৈছে আৰু আন প্ৰায় ১২গৰাকী লোক আহত হৈছে। কাবুল আৰক্ষীৰ মুখপাত্র খালিদ জাড্রানে এই সন্দৰ্ভত কয় যে, এখন হোটেল আৰু হোটেলখনৰ গাতে লাগি থকা বৃহৎ কার্যালয় ভৱন, বাণিজ্যিক ভৱন আৰু দূতাবাসক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছ...