ভেনিজুৱেলাৰ বিধবংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৪৩০লৈ বৃদ্ধি

ভেনিজুৱেলাৰ বিধবংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৩০লৈ বৃদ্ধি পাইছে। যোৱা বুধবাৰে ৰিখটাৰ স্কেলত ৭.২ আৰু ৭.৫ প্রাবল্যৰ ভূমিকম্পৰ পাছত দক্ষিণ আমেৰিকাৰ দেশখনত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।

এতিয়াও প্রায় ৬৮,৯০০ লোক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।