আন্তৰ্জাতিক সংবাদ

January 8, 2026 8:16 PM

views 73

ডোনাল্ড ট্রাম্পৰ বৈদেশীক নীতিক কঠোৰভাৱে সমালোচনা ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰৰ

জার্মানীৰ ৰাষ্ট্ৰপতি ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ বৈদেশীক নীতিক কঠোৰভাৱে সমালোচনা কৰিছে। শ্রী ষ্টেইমাৰে কয়, যে ডোনাল্ড ট্রাম্পৰ পূর্বে গোলকীয় গণতন্ত্রত কেতিয়াও আঘাত সনা নাছিল। বিশেষ সূত্র অনুসৰি ভেনিজুবেলাৰ ৰাষ্ট্ৰপতি নিকোলাচ মাড়ুৰোৰ বিৰুদ্ধে চলোৱা অভিযানৰ পাছত তেওঁ...

January 4, 2026 8:28 PM

views 79

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰক কৰায়ত্ব কৰাৰ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্রেটসকলৰ লগতে দেশ-বিদেশৰ ভালেমান সংবাদ প্রতিষ্ঠানৰ অসন্তুষ্টি প্রকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্রেটসকলৰ লগতে দেশ-বিদেশৰ ভালেমান সংবাদ প্রতিষ্ঠানে আমেৰিকাই সামৰিক অভিযান চলাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক'লাছ মাদুৰক কৰায়ত্ব কৰাৰ বিষয়ত অসন্তুষ্টি প্রকাশ কৰিছে। কিছুমান সংবাদ প্রতিষ্ঠানে আমেৰিকাৰ এই কাৰ্যৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আমেৰিকাৰ বাশ্বিংটন, বষ্টন, লছ এঞ্জেল...

January 4, 2026 8:25 PM

views 74

ভেনিজুৱেলাৰ উপ-প্রধানমন্ত্রী ডেলচি ৰোড্ৰিগজক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ দেশখনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে আজি দেশখনৰ উপ-প্রধানমন্ত্রী ডেলচি ৰোড্ৰিগজক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে বিৰোধী নেতা মাৰিয়া কৰিনা মাচাডোয়ে এগৰাকী বিৰোধী প্ৰাৰ্থীক কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। উল্লেখযোগ্য যে কালি পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনত বৃহৎ অভ...

January 4, 2026 8:21 PM

views 96

জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ বাবে তেলৰ উৎপাদন অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত স্থগিত ৰখাৰ বাবে অপেক প্লাছ ৰাষ্ট্ৰগোষ্ঠীৰ সহমত

অপেক প্লাছ ৰাষ্ট্ৰগোষ্ঠীয়ে সংস্থাটোৰ মূল সদস্য দেশসমূহৰ মাজত ভূ-ৰাজনৈতিক অনিশ্চিয়তা বৃদ্ধি পোৱাৰ পাছতো নীতিগতভাবে তেলৰ উৎপাদন স্থিৰ কৰি ৰাখিবলৈ সহমত প্ৰকাশ কৰিছে। সংস্থাটোৰ আঠখন অংশীদাৰ দেশ চৌদি আৰৱ, ৰাছিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, কাজাখাস্তান, কুৱেট, ইৰাক, আলজেৰিয়া আৰু অমানে সামুহিক ভাবে বিশ্বৰ ...

January 4, 2026 8:16 PM

views 69

উত্তৰ কোৰিয়াই নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰৰ সন্দৰ্ভত অঞ্চলটোৰ মিত্ৰদেশসমূহৰ সুৰক্ষাৰ বিষয়ত নিজৰ প্ৰতিশ্রুতিবদ্ধতাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে দোহাৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে উত্তৰ কোৰিয়াই পূব সাগৰলৈ লক্ষ্য কৰি আজি নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰৰ সন্দৰ্ভত অঞ্চলটোৰ মিত্ৰদেশসমূহৰ সুৰক্ষাৰ বিষয়ত দেশখনে নিজৰ প্ৰতিশ্রুতিবদ্ধতাক দোহাৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিয়ুঙে অহা সপ্তাহত চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে চীন ভ্ৰমণ কৰাৰ সময়ত দেশখনৰ ৰা...

January 4, 2026 8:09 PM

views 64

য়েমেনৰ জনসাধাৰণক সংযম বৰ্তাই ৰাখিবলৈ আৰু দেশখনৰ নিৰাপত্তা আৰু স্থিৰতা ৰক্ষাক অগ্রাধিকাৰ দিবলৈ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আহ্বান

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই য়েমনৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত দেশখনে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি প্রকাশ কৰিছে। ৰাষ্ট্ৰখনত অব্যাহত থকা সংঘাতপূর্ণ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি য়েমেনৰ জনসাধাৰণক সংযম বৰ্তাই ৰাখিবলৈ আৰু দেশখনৰ নিৰাপত্তা আৰু স্থিৰতা ৰক্ষাক অগ্রাধিকাৰ দিবলৈ আহ্বান জনাইছে। সংযুক্ত আৰব আমি...

January 4, 2026 8:00 AM

views 90

ৰাষ্ট্ৰসংঘৰ সচিব প্রধানে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাই বন্দী কৰাৰ সামৰিক কাৰ্যক বিপজ্জনক বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰসংঘৰ সচিব প্রধানে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাই বন্দী কৰাৰ সামৰিক কাৰ্যক বিপজ্জনক বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰসংঘৰ মুখপাত্র ষ্টেফান ডুজাৰিকে এটা বিবৃতিত কয় যে এই অভিযানে ৰাষ্ট্ৰখনৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে বুলি সচিব প্রধান এণ্টনিঅ' গুটেৰেছ গভীৰভাৱে আতংকিত আৰু চিন্তিত। শ্...

January 4, 2026 7:58 AM

views 80

ভেনিজুৱেলাৰ স্বাধীনতাৰ সময় আহি পৰিছে বুলি দেশখনৰ বিৰোধী পক্ষৰ নেত্ৰী তথা শান্তিৰ ন’বেল বঁটা প্ৰাপক মাৰিয়া কোৰিনা মচাডোৰ মন্তব্য

আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক'লাছ মাডুৰো আৰু তেওঁৰ পত্নীক কৰায়ত্ব কৰাৰ পাছত দেশখনৰ বিৰোধী পক্ষৰ নেত্ৰী তথা শান্তিৰ ন'বেল বঁটা প্ৰাপক মাৰিয়া কোৰিনা মচাডোই কয় যে ভেনিজুৱেলাৰ স্বাধীনতাৰ সময় আহি পৰিছে। শ্ৰী মচাডোই সামাজিক মাধ্যমৰ যোগে কয় যে নিক'লাছ মাডুৰোই ভেনিজুৱেলাৰ জনসাধাৰণ আৰ...

January 3, 2026 1:03 PM

views 83

দক্ষিণ আৰু মধ্য মেক্সিকোত প্রবল ভূমিকম্পৰ জোকাৰণি

দক্ষিণ আৰু মধ্য মেক্সিকোত কালি এটা প্রবল ভূমিকম্প সংঘটিত হয়। মেক্সিকোৰ ৰাষ্ট্ৰীয় ভূকম্পবিজ্ঞান সংস্থাই জনোৱা মতে, এই ভূমিকম্পৰ প্ৰাৰম্ভিক প্রাবল্য আছিল ৬.৫ আৰু ইয়াৰ কেন্দ্রবিন্দু আছিল দক্ষিণৰ গুয়েৰেৰো ৰাজ্যৰ ছান মাৰ্কছ চহৰৰ সমীপৰ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় আকাপুলকোৰ ওচৰত। ৰাজ্যখনৰ অসামৰিক প্ৰত...

December 30, 2025 8:14 PM

views 60

প্ৰাক্তন প্রধানমন্ত্রী, বি এন পিৰ সভানেত্রী খালিদা জীয়াৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ চৰকাৰৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

বাংলাদেশ চৰকাৰে প্ৰাক্তন প্রধানমন্ত্রী তথা বাংলাদেশ নেচনেলিস্ট পার্টী বি এন পিৰ সভানেত্রী খালিদা জীয়াৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নামাজ এ জানাজাৰ বাবে কাইলৈ সার্বজনীন ছুটীও ঘোষণা কৰা হৈছে। দেশখনৰ অন্তর্বর্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰ...