June 14, 2026 8:27 PM | INS Sharda

printer

আই এন এছ সাৰদা জাহাজখনে শ্রীলংকাৰ কলম্বোলৈ ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে

আই এন এছ সাৰদা জাহাজখনে শ্রীলংকাৰ কলম্বোলৈ ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্র্যালয়ে প্রকাশ কৰিছে যে ইয়াৰ জৰিয়তে ভাৰত আৰু শ্রীলংকাৰ মাজৰ সামুদ্রিক সহযোগিতা তথা মিত্রতা অধিক শক্তিশালী হ’ব। এই ভ্রমণৰ সৈতে সংগতি ৰাখি শ্রীলংকা নৌবাহিনীৰ সৈতে বৃত্তিমূলক অনুশীলনমূলক তথা ক্রীড়ামূলক আলোচনাও সম্পন্ন হয়।

শ্রীলংকাৰ নৌবাহিনীৰ পশ্চিম নৌ অঞ্চলৰ কমাণ্ডাৰ ৰাডম জগথ কুমাৰাই এই জাহাজখন পৰিদৰ্শন কৰি কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে দেশ দুখনৰ মাজৰ শক্তিশালী সামুদ্রিক মিত্ৰতা পুনৰনিশ্চিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।