June 14, 2026 8:19 PM | Iran US

printer

ইৰানে আমেৰিকা আৰু ইজৰাইলৰ সৈতে প্ৰস্তাৱিত বুজাবুজি চুক্তি সন্দর্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে

ইৰানে আমেৰিকা আৰু ইজৰাইলৰ সৈতে উত্তেজনা দূৰ কৰাৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তি সন্দর্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে। ইৰাণৰ সংবাদ মাধ্যমে জনোৱা মতে, প্ৰস্তাৱিত চুক্তিখনৰ ওপৰত ৰাজনৈতিক, আইনী আৰু কাৰিকৰী পর্যালোচনা এতিয়াও চলি আছে।

ইফালে কাটাৰৰ এটা প্রতিনিধি দল ইৰাণৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ইৰাণ আৰু আমেৰিকাৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ বাবে তেহৰাণত উপস্থিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইতিমধ্যে অতি সোনকালে শান্তি চুক্তিত উপনীত হ’ব পৰা যাব বুলি আশা প্রকাশ কৰিছে। অৱশ্যে প্ৰস্তাৱিত চুক্তিক লৈ ইৰাণৰ মাছহাদতো প্ৰতিবাদৰ খবৰ পোৱা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।