July 19, 2026 12:32 PM
23
কেন্দ্রীয় মন্ত্রী পীযূষ গোৱলৰ ভাৰত আৰু ইষ্ট’নিয়াৰ মাজত বাণিজ্য, বিনিয়োগ, উদ্ভাৱণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান
কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেল তেওঁৰ আনুষ্ঠানিক ইষ্টনিয়া ভ্রমণসূচীৰ সময়ত টালিনত ভাৰত-ইষ্ট'নিয়া ব্যৱসায়িক মঞ্চত ভাষণ দি বাণিজ্য, বিনিয়োগ, উদ্ভাৱণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গভীৰ সহযোগিতাৰ আহ্বান জনায়। এই মঞ্চত দুয়োখন দেশৰ জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধি, উদ্যোগপতি আৰু ব্যৱসায়িক প্রতিনিধি দলসম...