October 7, 2026 11:38 AM
9
৭৬.২-০ শতাংশ ভোটদানেৰে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটদান সম্পন্ন
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণত ৭৬ দশমিক ২-০ শতাংশ ভোটদান হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে দুই-এঠাইত ইভিএমৰ বিসংগতি তথা সৰু-সুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে প্ৰায়বোৰ ঠাইতে শান্তিপূর্ণভাৱে ভোটগ্রহণ অনুষ্ঠিত হয়। নিৰ্বাচনৰ আয়োগৰ তথ্য অনুসৰি চামগুৰি বিধানসভা সমষ্টিত সর্বাধিক ...