আঞ্চলিক সংবাদ

October 5, 2026 7:54 PM

views 2

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক গ্ৰেপ্তাৰ

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰৰ সাতগাঁৱৰ এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গ...

October 5, 2026 8:27 PM

views 6

বঙাইগাঁৱত নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলাখনৰ বিভিন্ন ঠাইত মুঠ ৭১১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কেইবাটাও প্রকল্প আজি মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ উছৰ্গা কৰে। মুখ্য...

October 5, 2026 8:18 PM

views 3

বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন

বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কার্যবাহী সদস্য আৰু এম চি এল এ সকলৰ সৈতে দোতমাৰ তুলুঙাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ...

October 5, 2026 7:56 PM

views 5

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা ৪ নৱেম্বৰলৈ শুনানি গ্রহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি ...

October 5, 2026 7:35 PM

views 4

বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী স...

October 5, 2026 2:38 PM

views 18

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা 

অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাড়ু, পুডুচেৰী আৰু পশ্চিম বংগৰ পাঁচখন বিধানসভা আসনত কাইলৈ হ’বলগীয়া উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা হৈছে। ভোটগ্রহণ হ'বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰিছে। এই আসনসমূহ...

October 5, 2026 2:34 PM

views 16

ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। নামৰূপৰ অসম পেট্ট’কেমিকেল লিমিটেডৰ পৰা...

October 5, 2026 11:12 AM

views 14

ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা দিনৰ ১১ বজাত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভার্চুবেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ ল'ব। অসম পেট্র'কেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়ি...

October 4, 2026 7:59 PM

views 5

কাৰ্বি আংলঙৰ ডিফুৰ ৰাংছিনা ভৱনত ড° ভূপেন হাজৰিকাৰ কথকতা শীৰ্ষক গ্রন্থখন উন্মোচন

বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কথকতা শীৰ্ষক গ্রন্থখন আজি কাৰ্বি আংলঙৰ ডিফুৰ ৰাংছিনা ভৱনত উন্মোচন কৰা হয়। লেখক, সাংবাদিক সঞ্জু বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ জীৱন আৰু গীতৰ বিশ্লেষণাত্মক প্ৰৱন্ধ সংকলনখন বিশিষ্ট লোকশিল্পী তথা প্রাক্তন বিধায়ক চন্দ...

October 4, 2026 7:56 PM

views 8

ৰাজ্যিক মন্ত্রীসভাত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক মন্ত্রীসভাই ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয়, যে পূৰ্বে লোকনিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগকক পৃথক কৰি ৰাষ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।