October 4, 2026 12:20 PM
6
ৰাজ্যৰ কেইবাখনো জিলাত বিশেষ সেৱা শিৱিৰৰ আয়োজন
সেৱা সেতু অভিযানৰ অংশহিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ পাঁচোটা উন্নয়ন খণ্ডত বিশেষ সেৱা শিৱিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা ১০ বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ পি এমশ্রী আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিৱিৰ অনুষ্ঠিত হৈছে। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জ...