আঞ্চলিক সংবাদ

October 4, 2026 1:02 PM

views 25

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্রার্থীৰ সমর্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক, বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁ...

October 4, 2026 11:49 AM

views 6

ধ্রুপদী অসমীয়া ভাষাৰ উৎকর্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ সিদ্ধান্তক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি

কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে ধ্রুপদী অসমীয়া ভাষাৰ উৎকর্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে। অসমীয়া ভাষাৰ নিৰ্ধাৰিত কেন্দ্ৰটো তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা হ'ব। এই কেন্দ্ৰসমূহে ভাষা আৰু সাহিত্যৰ ঐতিহ্যক কেন্দ্ৰ ...

October 4, 2026 11:37 AM

views 6

ৰাজ্যত ইউ চি চি ৰূপায়ণৰ পথ প্রশস্ত কৰি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৰ উমৈহতীয়া দেৱানী বিধি অসম ২০২৬ বিধেয়কত অনুমোদন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে উমৈহতীয়া দেৱানী বিধি অসম ২০২৬ বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্রশস্ত হৈছে। অসম বিধানসভাত যোৱা ২৭মে'ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহু বিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিক...

October 4, 2026 11:10 AM

views 23

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে কালি আনুষ্ঠানিকভাবে মুকলি কৰা হয়। অসমৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বর্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ উন্...

October 4, 2026 10:54 AM

views 18

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত কফি খেতি সম্প্ৰসাৰণ, উৎপাদন আৰু গুণাগুণ উন্নত কৰি কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে ৰাজ্যত কফি খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু কফি বীনৰ গুণাগুণ উন্নত কৰাৰ লগতে শক্তিশালী মূল্য শৃংখলৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনাইছে। ‘ভাৰতীয় কফি ব'ৰ্ড আৰু ৰাজ্যখনৰ কৃষি বিভাগে আয়োজন কৰা 'হিলছ টু কাপ' কফি কর্মশালাত ভাষণ দি শ্রী ...

October 3, 2026 9:20 PM

views 11

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্রাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্রাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিবল...

October 3, 2026 9:16 PM

views 13

জি এছ টি ফাঁকি দিয়া সকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰা হৈছে

সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি ফাঁকি দিয়া সকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰি থকা হৈছে আৰু এই তথ্যসমূহ কৰ পৰিদৰ্শক আৰু অধীক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইকথা সদৰি কৰে। তেওঁ কয়, যে বিগত ...

October 3, 2026 5:07 PM

views 7

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি

বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বর্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাথনিৰ উন্নয়ন, বৰ্তমান...

October 3, 2026 5:00 PM

views 10

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণিৰ বাবে এদিন বাকী

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জুৰিয়া আৰু লাহৰিঘাটত প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্ৰাৰ্থী শি...

October 3, 2026 4:56 PM

views 10

১৭ অক্টোবৰ দুৰ্গা পুজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা অসম চৰকাৰৰ

ৰাজ্য চৰকাৰে অহা ১৭ অক্টোবৰ দুৰ্গা পুজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। যোৱা ২৪ ছেপ্তেম্বৰত গ্ৰহণ কৰা মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি ১৭ অক্টোবৰৰ দিনটো অতিৰিক্ত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই অনুসৰি ১৭ অক্টোবৰৰ দিনা ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়...