November 4, 2026 11:02 AM | High Court

printer

কোনো এটা সংগঠন বা ৰাজনৈতিক গোটে প্রতিবাদস্থলী অনির্দিষ্ট কাললৈ নিজৰ দখলত ৰাখিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

প্ৰতিবাদৰ নামত কোনো এটা সংগঠন বা ৰাজনৈতিক গোটে প্রতিবাদস্থলী অনির্দিষ্ট কাললৈ নিজৰ দখলত ৰাখিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছে। ন্যায়ালয়ে প্ৰকাশ কৰা মতে প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত স্থানত প্ৰতিটো সংগঠনকে নিৰ্দিষ্ট সময়ৰ বাবে প্ৰতিবাদৰ সুযোগ দিব লাগিব। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহনাক লৈ গঠিত বিচাৰপীঠে দিল্লীত অক্টোবৰত হোৱা প্ৰতিবাদক লৈ দাখিল হোৱা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি কালি এই নিৰ্দেশ জাৰি কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।