আঞ্চলিক সংবাদ

October 7, 2026 8:25 PM

views 8

বিশেষ অভিনন্দন অনুষ্ঠানত অসমকন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা

গুৱাহাটীত অসম ক্রীড়া বিভাগৰ উদ্যোগত তথা অসম এম এছ আৰ বক্সিং সন্থা আৰু অসম অলিম্পিক সন্থাৰ সহযোগত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত আজি জাপানৰ আইচি-নাগ'য়াত অনুষ্ঠিত ২০২৬ এছিয়ান গেমছ মহিলাৰ ৭৫ কেজি বক্সিং শাখাত সোণৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসমকন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা...

October 7, 2026 8:15 PM

views 3

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্রভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্রভা মহন্তৰ জামিনৰ ৰায় আজি সংৰক্ষিত ৰাখে। বিগত কেইবাদিন ধৰি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠে অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। ইপিনে, জুবিন গাৰ্গৰ মৃ...

October 7, 2026 5:18 PM

views 5

ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যনীতি গৱেষণা প্ৰতিষ্ঠান আই এফ পি আৰ আইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী, আধুনিক, জলবায়ু সহনশীল আৰু কৃষককেন্দ্ৰীক কৰি তোলাৰ লগতে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যনীতি গৱেষণা প্ৰতিষ্ঠান আই এফ পি আৰ আইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে কৃষি ৰূপান্তৰ, জ...

October 7, 2026 4:56 PM

views 4

ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্রা অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্রা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত ...

October 7, 2026 12:47 PM

views 3

মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই আছাম ৰাইফল্‌ছৰ ত্ৰিপুৰাত ৩৪০ কিলোগ্রাম ভাং জব্দ

মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই আছাম ৰাইফল্‌ছে শুল্ক বিভাগৰ সহযোগত ত্ৰিপুৰাৰ খোৱাই জিলাত ৩৪০ কিলোগ্রাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ বজাৰমূল্য ডেৰ কোটি টকাৰো অধিক বুলি অনুমান কৰা হৈছে। আছাম ৰাইফল্‌ছ আৰু শুল্ক বিভাগে গোপন সূত্ৰৰ ভিত্তিত কালি মুংগিয়াকামী অঞ্চলত অভিযান চলোৱাৰ সময়ত মাদকদ্ৰব্যখিনি স...

October 7, 2026 12:45 PM

views 2

ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটী মহাবিদ্যালয়ৰ অনুষ্ঠানত সুশান্ত বৰগোহাঁই উপস্থিত

ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটী মহাবিদ্যালয়ত অনুষ্ঠিত নন্দলাল বৰগোহাঁই স্মৃতিচাৰণ অনুষ্ঠানত জলসম্পদ তথা ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই উপস্থিত থাকে। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, শিক্ষা মহীয়ান নন্দলাল বৰগোহাঁইৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে কয়, য...

October 7, 2026 12:42 PM

views 2

আজিৰে পৰা হাটশিঙিমাৰী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্র অনুষ্ঠিত

হাটশিঙিমাৰী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্র অনুষ্ঠিত হৈছে। পৰম্পৰাগত জ্ঞানৰ ভূমিকা : পৰিৱেশগত পৰিৱৰ্তন আৰু স্থিতিস্থাপকতা শীর্ষক আলোচনা চক্ৰখনৰ জিলা আয়ুক্ত পৰীক্ষিত সাউদাম আৰু বিধায়ক মহিবুৰ ৰহমান মণ্ডলে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ ...

October 7, 2026 11:56 AM

views 9

উচ্চতম ন্যায়ালয়ত অহা ৬ নৱেম্বৰত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিনৰ শুনানি গ্ৰহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অহা ৬ নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্রহণ কৰে। চৰকাৰী আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ...

October 7, 2026 11:54 AM

views 10

বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্রদান

৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ-বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত গুৰুত্...

October 7, 2026 11:48 AM

views 11

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ সংখ্যাগৰিষ্ঠতা লাভ

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ৩২টা ৱাৰ্ডত জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে দুটা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হয়। কংগ্ৰেছে দুটা আৰু নির্দলীয় প্রার্থীয়ে ৬টা ৱাৰ্ডত জয়লাভ কৰে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ ৯ আৰু ২০ নম্বৰ ৱাৰ্ডত বিজেপিয়ে বিনা প্রতিদ্বন্দ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।