আঞ্চলিক সংবাদ

July 4, 2026 7:15 PM

views 11

কাইলৈ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ...

July 4, 2026 7:10 PM

views 13

যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন কৰিছে

যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীয়ে শ্রদ্ধা নিবেদন কৰিছে। কেইবাখনো কবিতাপুথিৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰা কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শ‍ইচৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্য গ্রন্থ। ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি গৰাকীয়ে ২০০০ চনত অসম উপত্যকা স...

July 4, 2026 7:05 PM

views 5

কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুর্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুর্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে। এই বঁটাৰ বাবে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। প্রতিযোগীসকলে প্রকাশিত গ্ৰন্থৰ দুটাকৈ কপি মৌচাক, ডেকা গাঁও, যোৰহাট-৭৮৫...

July 4, 2026 7:03 PM

views 11

যোৰহাটৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকীক আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে

যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকী আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোত কিছুদিন ধৰি নাহৰফুটুকীয়ে অবাধ বিচৰণ কৰাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ-জন্তু আক্রমণ কৰি আহিছিল। ইয়াৰ পাছতে বন বিভাগ...

July 4, 2026 7:00 PM

views 6

আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল’বলগীয়া জৈৱ সুৰক্ষা’ বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা' বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ-সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা ...

July 4, 2026 1:48 PM

views 15

প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ পুঁজি মুকলিৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰত দ্বিতীয়

অসমে প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ পুঁজি মুকলিৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে, যোৱা ১০ বছৰত ৰাজ্যৰ ২৭ হাজাৰ ৭০০ কোটি টকাৰ বিনিয়োগেৰে লাখ লাখ পৰিয়ালৰ ঘৰৰ সপোন বাস্তৱত পৰিণত হৈছে। প্রধানমন্ত্ৰী আৱাস যোজন...

July 4, 2026 1:46 PM

views 13

কিৰণ তামুলী শিশু সাহিত্য ন্যাস চতুৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্রন্থ আহ্বান

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্রন্থ আহ্বান কৰিছে। এই বঁটাৰ বাবে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। ডাঃ কিৰণময়ী তামুলীয়ে চিকিৎসা সেৱাৰ উপৰি শিশুৰ বাবে উপন্যাস, ভ্ৰমণ কাহ...

July 4, 2026 12:17 PM

views 11

আকাশবাণীৰ দৃষ্টিপাতত আজি ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল’বলগীয়া জৈৱ সুৰক্ষা’ বিষয়ক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা' বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ- সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা...

July 4, 2026 12:06 PM

views 17

যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱসত মুখ্যমন্ত্রী, শিক্ষামন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

 আজি যশস্বী কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস। কেইবাখনো কবিতাপুথিৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ দুখন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেন ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শইচৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্য গ্রন্থ। ২০০০ চনত অসম উপ...

July 4, 2026 10:57 AM

views 16

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হৈ কয়, যে এ...