আঞ্চলিক সংবাদ

July 3, 2026 7:38 PM

views 13

তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় পর্যালোচনা সভাত হাগ্রামা মহিলাৰী

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ উপস্থিতিত আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামুলপুৰ জিলাৰ লোকনিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা পৌৰ সভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ স...

July 3, 2026 7:08 PM

views 11

যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ অনুষ্ঠানত ১৭০গৰাকী মেধাবী শিক্ষার্থীৰ অংশগ্রহণ

আজি বিধানসভা প্রেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ ৩৩ জিলাৰ ৭১ বিদ্যালয়ৰ পৰা নিৰ্বাচিত ১৭০গৰাকী মেধাবী শিক্ষার্থীয়ে অংশগ্রহণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। দেশৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্র, নেতৃত্বৰ গুণ, যুক...

July 3, 2026 7:02 PM

views 14

বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দর্ভত শীর্ষ বিষয়াৰে মন্ত্রী কৌশিক ৰায়ৰ পর্যালোচনা বৈঠক

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দর্ভত শীর্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে...

July 3, 2026 6:56 PM

views 8

কুঁৱৰীটোলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমষ্টিৰ কৃতি ছাত্র-ছাত্রীক সম্বর্ধনা

ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উদ্যোগত আজি কুঁৱৰীটোলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমষ্টিটোৰ কৃতি ছাত্র-ছাত্রীসকলক সম্বর্ধনা জনোৱা হয়। সম্বর্ধনা অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ হিতেশ ডেকা মুখ্...

July 3, 2026 6:51 PM

views 10

ৰহাত নিৰ্মাণৰত জোঙাল বলহু পর্যটন ক্ষেত্ৰ পৰিদৰ্শন মন্ত্রী অজন্তা নেওগৰ

নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পর্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পর্যটন মন্ত্রী অজন্তা নেওগে কামকাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্রায় ৫০ কোটি টকা ব্যয় সাপেক্ষে এই পর্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈ...

July 3, 2026 6:42 PM

views 11

ৰাজ্যৰ বান পৰিস্থিতি সামগ্রিকভাৱে উন্নত, ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত

ৰাজ্যৰ বান পৰিস্থিতি সামগ্রিকভাৱে উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কৱলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ ২৫ হাজাৰ ৯০ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে আৰু ৩৯৩.৪৪ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱি...

July 3, 2026 1:15 PM

views 19

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত নায়্যাধীশ সৌমিত্ৰ শ‍ইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা নায়্যাধীশ সৌমিত্ৰ শ‍ইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।

July 3, 2026 1:14 PM

views 15

মনোজ কুমাৰ শৰ্মা বৰদলৈৰ ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ প্ৰথমজন অসমীয়া মুৰববী হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ ৩০ জুনত অৱসৰ গ্ৰহণ কৰা উত্তৰ-পূব মণ্ডলৰ ক্ষেত্ৰীয় কার্যবাহী সঞ্চালক জ্ঞান বাট্টাৰ স্থলাভিষিক্ত হৈছে। শ্ৰীশৰ্মাই প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীৰ বৰঝাৰৰ মুখ্য কাৰ্য...

July 3, 2026 1:13 PM

views 22

কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ বাবে অনলাইন আবেদন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ

শ্রীভূমি জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভ বাবে অনলাইন আবেদন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলা কৃষি বিষয়াৰ এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আগশাৰীৰ কৃষক, কৃষক উৎপাদক সংগঠন, কৃষক উৎপাদক কোম্পা...

July 3, 2026 1:11 PM

views 26

অসম প্ৰকাশন পৰিষদৰ গ্রন্থবর্ষ ২০২৫ ফেল’শ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্রকল্প গ্রন্থবর্ষ ২০২৫ ফেল'শ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠন কৰা ১০জনীয়া সমিতিয়ে ফেল'শ্বিপ প্রাপকসকলক বাছনি কৰে। অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য জ...