August 7, 2026 10:32 AM | korea masters asmita

printer

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন

অসমৰ অস্মিতা চলিহা আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত শীর্ষ বাছনিপ্রাপ্ত জাপানৰ হীনা অকেছিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিন জিক ২১১৭, ২১-৬ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰে। কিম মিন জিয়ে অসমৰে আন এগৰাকী খেলুৱৈ ঈশাৰাণী বৰুৱাক এখন সংঘৰ্ষপূৰ্ণ খেলত ১৭-২১, ২১-১৮, ২১-১৯ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।